ৰা (সূৰ্যদেৱতা): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

24 নং শাৰী:
==ভূমিকা==
===সৃষ্টিকৰ্তা হিচাপে===
সূৰ্য হৈছে জীৱনদায়িনী, যি মানুহে কৰা শস্যৰ পূৰঠ হোৱা কাৰ্য নিয়ন্ত্ৰণ কৰে। সূৰ্যৰ জীৱনদায়িনী গুণৰ বাবে ইজিপ্টৰ লোকসকলে সূৰ্যক দেৱতা হিচাপে উপাসনা কৰিছিল। বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু জীৱনদাতা হিচাপে সূৰ্য অৰ্থাৎ ৰায়ে জীৱন, উষ্ণতা আৰু বিকাশক প্ৰতিনিধিত্ব কৰিছিল।কৰে। যিহেতু মানুহে ৰাক এজন প্ৰধান দেৱতা, বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু জীৱনৰ উৎস হিচাপে গণ্য কৰিছিল, তেওঁ মানৱ সমাজৰ ওপৰত এক শক্তিশালী প্ৰভাৱ পেলাইছিল যাৰ ফলত তেওঁতেওঁক সকলো মিছৰীয় দেৱতাৰ ভিতৰতভিতৰতে আটাইতকৈ বেছি উপাসনা কৰা হৈছিল আৰু আনকি তেওঁক ঈশ্বৰৰ ৰজা বুলিও গণ্য কৰা হৈছিল। ইজিপ্টৰ ইতিহাসৰ প্ৰাৰম্ভিক সময়ত তেওঁৰ প্ৰভাৱ সমগ্ৰ দেশতে বিয়পি পৰিছিল আৰু ইয়াৰ ফলত তেওঁৰ একাধিক ৰূপ আৰু নামেৰে ৰাক প্ৰতিনিধিত্ব কৰা হৈছিল। সচৰাচৰ দেখা পোৱা ৰূপসমূহ হৈছে আটুম (তেওঁৰ মানৱ ৰূপ), খেপৰি (এবিধ পতংগ) আৰু হোৰাছ (শেন চৰাই)। সাধাৰণতে তেওঁ যি ৰূপত দেখা যায় সেয়া হৈছে শেন চৰাইৰ শিৰ থকা এজন মানুহৰ যি আকাশৰ দেৱতাসমূহৰ অন্যতম হোৰাছৰ সৈতে তেওঁৰ এক সংমিশ্ৰিত ৰূপ। তেওঁ মূৰৰ ওপৰত এটা ফেঁ‌টীসাপৰ সৈতে সৌৰচক্ৰ ধাৰণ কৰে যি বহুতো কিংবদন্তিত ৰাৰ চকুটোক প্ৰতিনিধিত্ব কৰে। সময়ৰ আদিতে যেতিয়া বিশৃংখলতাৰ বাহিৰে আন একো নাছিল তেতিয়া জলমগ্ন বিশ্বব্ৰহ্মাণ্ডত কেৱল সূৰ্য-দেৱতা ৰা বিদ্যমান আছিল।<ref name=":0">{{Cite book|title=The Egyptian Gods|last=Shorter|first=Alan}}</ref> আটুমে মানৱ ৰূপত বিশৃংখলতাৰ পৰা সকলো সৃষ্টি কৰে আৰু ৰায়ে তাৰ পিছত পৃথিৱী শাসন কৰিবলৈ আৰম্ভ কৰে।<ref name=":0" /> এই পৃথিৱীত মানুহ আৰু ঐশ্বৰিক জীৱসমূহে সহাৱস্থান কৰিছিল। তেওঁ বায়ুৰ দেৱতা শ্বু আৰু আৰ্দ্ৰতাৰ দেৱী টেফনাটৰ সৃষ্টি কৰে।<ref name=EC>{{Cite web|url=https://www.historymuseum.ca/cmc/exhibitions/civil/egypt/egcr09e.html|title=Egyptian civilization}}</ref> তেওঁলোকে মানুহৰ দুটা সাৰ্বজনীনসৰ্বজনীন নীতি ক্ৰমে জীৱন আৰু অধিকাৰক (ন্যায়) প্ৰতিনিধিত্ব কৰিছিল। ৰায়ে তেওঁলোকৰ গোপন নাম দুটা উচ্চাৰণ কৰি সকলো ধৰণৰ জীৱৰ সৃষ্টি কৰিছিল বুলি বিশ্বাস কৰা হয়। কিছুসংখ্যক কিংবদন্তিৰ মতে ৰাৰ চকুপানী আৰু ঘামৰ পৰা মানুহৰ সৃষ্টি হয়।<ref name=":0" />
 
এক আখ্যানমতে সূৰ্য দেৱতা ৰাই অনন্ত জলৰ পৰা পৃথিৱীৰ প্ৰথম অংশটোৰ আহ্বান কৰি ইয়াক স্ৰজনসৃজন কৰিছিল। মহাজাগতিক গৰুৰ আখ্যানত (এই আখ্যানত আকাশক এক বিশালাকায় গৰু অৰ্থাৎ দেৱী মেহত-উৰ্ট বুলি ভবা হৈছিল) এই কথা বৰ্ণনা কৰা হৈছে যে কেনেদৰে মানৱজাতিয়ে<ref name=EC/> ৰাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল আৰু কেনেকৈ তেওঁলোকক শাস্তি দিবলৈ তেওঁ দেৱী চেখমেট হিচাপে তেওঁৰ নিজৰ চকু প্ৰেৰণ কৰিছিল।
 
এক আখ্যানমতে সূৰ্য দেৱতা ৰাই অনন্ত জলৰ পৰা পৃথিৱীৰ প্ৰথম অংশটোৰ আহ্বান কৰি ইয়াক স্ৰজন কৰিছিল। মহাজাগতিক গৰুৰ আখ্যানত (এই আখ্যানত আকাশক এক বিশালাকায় গৰু অৰ্থাৎ দেৱী মেহত-উৰ্ট বুলি ভবা হৈছিল) এই কথা বৰ্ণনা কৰা হৈছে যে কেনেদৰে মানৱজাতিয়ে<ref name=EC/> ৰাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল আৰু কেনেকৈ তেওঁলোকক শাস্তি দিবলৈ তেওঁ দেৱী চেখমেট হিচাপে তেওঁৰ নিজৰ চকু প্ৰেৰণ কৰিছিল।
===পাতালপুৰীত===
ৰায়ে দুখন সৌৰ বাহন বা আটেটত ভ্ৰমণ কৰে বুলি বিশ্বাস কৰা হৈছিল। ইয়াৰে প্ৰথমখন হৈছে মেনজেট (লক্ষ বছৰৰ নাও) বা পুৱাৰ নাও আৰু আনখন হৈছে মেছেখেট বা সন্ধিয়াৰ নাও। এই নাও দুখনে ৰাক আকাশ আৰু ডুয়েট অৰ্থাৎ নিশাৰ ১২ ঘণ্টাৰ (ইজিপ্টৰ পাতালপুৰী) মাজেৰে কঢ়িয়াই লৈ ফুৰিছিল।ফুৰে। মেছেখেটত আৰোহণ কৰা অৱস্থাত ৰাই ৰাম ছাগলীৰ শিৰযুক্ত ৰূপ লৈছিল।লয়। এই সৌৰ নাও দুখনত ভ্ৰমণ কৰোঁতে ছিয়া (ধাৰণা), হু (আদেশ) আৰু হেকা (মায়াৱী শক্তি) আদি দেৱ-দেৱীয়ে ৰাক সংগ দিছিল।দিয়ে। কেতিয়াবা এনাডৰ সদস্যসকলে তেওঁক তেওঁৰ যাত্ৰাত সহায় কৰিছিল।কৰে। ইয়াৰ ভিতৰত আছিলঅন্যতম হৈছে ছেট যি এপ'ফিছ নামৰ সৰ্পক পৰাভূত কৰিছিলকৰে, আৰু মেহেন, যি পাতালপুৰীৰ দানৱবোৰৰ বিৰুদ্ধে প্ৰতিৰক্ষা কৰিছিল।কৰে।<ref name="Hart Ra">{{cite book |title=A Dictionary of Egyptian Gods and Goddesses |last=Hart |first=George |year=1986 |publisher=Routledge & Kegan Paul Inc. |location=London, England |isbn=978-0-415-05909-1 |pages=179–182}}</ref>
 
এপ'ফিছ আছিল এক বিশাল সৰ্পৰূপী বিশৃংখলতাৰ দেৱতা যি প্ৰতি নিশা সৌৰ নাৱৰ যাত্ৰা সম্মোহনী দৃষ্টিৰে ৰখাই বা ইয়াক ভক্ষণ কৰি বন্ধ কৰিবলৈ চেষ্টা কৰিছিল।কৰে। মিছৰীয়সকলে বিশ্বাস কৰিছিল যে সন্ধিয়াৰ সময়ত ৰা আটুম বা ৰাম ছাগলীৰ ৰূপত মূৰ্তমান হয়। নিশাৰ নাওখনে তেওঁক পাতালপুৰীৰ মাজেৰে তেওঁৰ পুনৰ্জন্মৰ প্ৰস্তুতিৰ বাবে পূৱ দিশলৈ লৈ যায়। ৰাৰ এই কিংবদন্তিসমূহে আকাশৰ দেৱী নাটৰ দ্বাৰা সূৰ্যৰ পুনৰ্জন্ম হিচাপে প্ৰতিটো পুৱা নতুনকৈ উদীয়মান সূৰ্যটোক প্ৰতিনিধিত্ব কৰিছিল।কৰে। এনেদৰে পুনৰ্জন্ম আৰু নৱীকৰণৰ ধাৰণাটোৱে সৃষ্টিকৰ্তা দেৱতা হিচাপে ৰাৰ ভূমিকাক শক্তিশালী কৰিছিল।কৰে।<ref>Kemboly, Mpay. 2010. The Question of Evil in Ancient Egypt. London: Golden House Publications.</ref>
 
যেতিয়া ৰা পাতালপুৰীত আছিল,থাকে তেতিয়া তেওঁ মৃতকসকলৰ দেৱতা [[অচাইৰিছ]]ৰ সৈতে একত্ৰিত হৈছিল।হয়।<ref name="Hart Ra"/>
 
==চিত্ৰায়ন==