"তামোল"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

53 বাইট বিলোপ কৰা হ’ল ,  3 মাহ পূৰ্বে
সম্পাদনা সাৰংশ নাই
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
 
|binomial = ''Areca catechu''
}}
'''তামোল''' ({{lang-en|Areca catechu}}) গোত্ৰ - Arecaceae। তামোল এবিধ ফল যদিও ইয়াক ফল হিচাপে ব্যৱহাৰ কৰা নাযায়। তামোল এবিধ Masticatory অৰ্থাৎ চোবাই খোৱা ফলহে। তামোল সাধাৰণতে ব্যৱহাৰ কৰা অন্যান্য ফলৰ দৰে সকলোৰে প্ৰিয় নহয় যদিও [[অসম]]ৰ জনমানসৰ লগতে বিভিন্ন ধৰ্মীয় পূজা-পাতল,উৎসৱ-পাৰ্বন,বিয়া-সবাহ আদিত এইবিধ ফলৰ এৰাব নোৱাৰা সম্পৰ্ক আছে। বিভিন্ন সকাম আদিত গুৱা-পাণ নহ'লেই নহয়। গুৱা মানে তামোল। অসমীয়া সমাজত বয়োজেষ্ঠজনক এটি গুৱা-পাণ আগবঢ়াই আশীৰ্বাদ গ্ৰহণ কৰাৰ পৰম্পৰা আছে। [[অসম]]ৰ গাঁওবোৰত প্ৰত্যেক ঘৰ মানুহৰ বাৰীখন তামোল গছৰ দ্বাৰা শুৱনি হৈ থাকে। <ref name="গ্ৰন্থ ১"<ref>{{cite journal | title= (ফল-মূলৰ বতৰা) তামোল |author= | journal= (অকণিহঁতৰ বিজ্ঞান আলোচনী) নতুন আৱিষ্কাৰ | year= ২০১৩| month= ডিছেম্বৰ | volume= ২৬শ বছৰ | issue= দ্বাদশ সংখ্যা| pages= পৃষ্ঠা ২৮-২৯}}</ref>
 
==উৎপত্তিস্থল==
[[Image:Areca catechu - Köhler–s Medizinal-Pflanzen-014.jpg|thumb|left|19th century drawing of ''Areca catechu'']]
[[ভাৰতবৰ্ষ]],[[মালয়েচিয়া]],[[শ্ৰীলংকা]],[[ম্যানমাৰ]],[[মাদাগাস্কাৰ]],[[ফিলিপাইনছ]] আদি দেশত তামোল গছ পোৱা যায়। [[ভাৰতবৰ্ষ]]ত তামোল প্ৰধানকৈ [[অসম]] আৰু [[পশ্চিমবংগ]]ত যথেষ্ট পৰিমাণত উৎপাদন হয়। <ref name="গ্ৰন্থ ১" />
 
==বিৱৰণ==
সাধাৰণতে সেমেকা ক্ৰান্তীয় [[জলবায়ু]] অঞ্চলত তামোল গছৰ শ্ৰীবৃদ্ধি ভাল হয়। নিৰ্বাচিত মাতৃগছৰ পকা তামোলৰ পৰা তামোলৰ পুলি উৎপন্ন কৰা হয়। দুবছৰীয়া পুলিবিলাক ৮ ফুটৰ অন্তৰত [[পানী]] জমা নোহোৱা অঞ্চলত ৰোপণ কৰা হয়। এজোপা তামোল গছত ইয়াৰ ৫-৬ বছৰমানৰ পৰা তামোল ডবিয়াবলৈ আৰম্ভ কৰে। তামোল ফুলাক ডবিয়া বুলি কয়। এজোপা পৈণত তামোল গছৰ পকা পাত ডিচেম্বৰ মাহ মানৰ পৰা তিনি সপ্তাহৰ অন্তৰত সৰিবলৈ ধৰে। এইদৰে সৰিবলৈ ধৰা ৪-৫খিলা পাতৰ গুৰিৰ অংশৰ পৰা পুষ্পবিন্যাস (তামোল ধাৰণ কৰা থোক) বিলাক ওলায়। এবছৰত এজোপা তামোল গছত ৫ থোক পৰ্যন্ত তামোল লাগিব পাৰে যদিও গড় হিচাপত ২-৩ থোকহে তামোল লাগি থকা পৰিলক্ষিত হয়। তামোলবিলাক পকিবলৈ ৭ মাহমান লাগে। এজোপা তামোল গছত ২০০-২৫০টা পৰ্যন্ত তামোল লাগে। তামোল গছ একোজোপা ৪০-৬০ ফুট পৰ্যন্ত ওখ হয়। গছজোপাৰ একেবাৰে শীৰ্ষভাগত যৌগিক পক্ষালবিলাক এটা মুকুতৰ দৰে সজ্জিত হৈ থাকে। প্ৰতিখিলা পাত ৪-৬ ফুট দীঘল হয়। পাতৰ ঠাৰি অংশক তামোলৰ ঢকোৱা বুলি কয়। <ref name="গ্ৰন্থ ১" />
 
==প্ৰজনন প্ৰক্ৰিয়া==
তামোলৰ পুষ্পবিন্যাস Spadix প্ৰকাৰৰ আৰু যথেষ্ট শাখা-প্ৰশাখাযুক্ত। গোটেই পুষ্পবিন্যাসটো প্ৰাৰম্ভণিতে এখন ঢাকনিৰে (Spath) আবৃত্ত হৈ থাকে যদিও পাছলৈ এই ঢাকনিখন সৰি পৰে আৰু ভিতৰত থকা একলিংগী [[ফুল]]ৰ শাখা-প্ৰশাখাবিলাক ওলাই পৰে। তামোলৰ পুষ্পবিন্যাসটোক তামোলৰ থোক বুলি জনা যায়। এথোক তামোলৰ পুষ্পবিন্যাসত বহুতো সৰু সৰু পুংপুষ্প ধাৰণ কৰাৰ বিপৰীতে নগণ্য সংখ্যক ডাঙৰ স্ত্ৰীপুষ্প থাকে। প্ৰতিটো স্ত্ৰীপুষ্প বিকশিত হৈ একোটা তামোললৈ ৰূপান্তৰিত হয়। তামোল ফল সাধাৰণতে ডিম্বাকৃতিৰ হয়। দীঘলে ৫-৭ চেণ্টিমিটাৰ আৰু পুতলে ৪-৫ চেণ্টিমিটাৰ মান হ'ব। কেঁচা তামোল সেউজীয়া ,পকিলে উজ্জ্বল কমলা বৰণ লয়। তামোল এবিধ Nut জাতীয় ফল। ইয়াৰ বহি:স্তক তন্তুময় আৰু ভিতৰৰ গুটিটো তামোল হিচাপে ব্যৱহাৰ হয়। তামোলৰ ভিতৰত ৰঙচুৱা-মূগা বৰণৰ কিছুমান ৰেখা থাকে। <ref name="গ্ৰন্থ ১" />
 
==উপাদান==
{| class="wikitable"
|-
| জলীয় বাষ্প || ৩১.৩%
|-
| প্ৰটিন || ৪.৯%
|-
| ফেট || ৪.৪%
File:BuahPinangMuda.jpg|Young "betel" nuts in [[Malaysia]]
</gallery>
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
==বাহ্যিক সংযোগ==
 
[[শ্ৰেণী:তৃণ]]
25,725

টা সম্পাদনা