বলোৰাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
17 নং শাৰী:
 
'''বলোৰাম''' এগৰাকী হিন্দু ভগৱান বা দেৱতা তথা কৃষ্ণৰ ককায়েক। তেওঁ বিশেষভাৱে জগন্নাথ পৰম্পৰাৰে জড়িত এগৰাকী দেৱতা।<ref name="Lochtefeld2002p82">{{cite book|author=James G. Lochtefeld|title=The Illustrated Encyclopedia of Hinduism: A-M|url=https://books.google.com/books?id=5kl0DYIjUPgC |year=2002|publisher=The Rosen Publishing Group|isbn=978-0-8239-3179-8|pages=82–84, 269}}</ref> তেওঁক ''বলোদেৱ'', ''বলোভদ্ৰ'', ''হলধৰ'', ''হলযোদ্ধা'' আৰু ''সংকৰ্ষণ'' নামেৰেও জনা যায়। ইয়াৰ প্ৰথম দুটা নাম শক্তি আৰু পিছৰ দুটা নাম খেতিৰ সৈতে জড়িত।<ref>{{cite book|author=Jan Gonda|author-link=Jan Gonda|title=Aspects of Early Viṣṇuism|url=https://books.google.com/books?id=b8urRsuUJ9oC |year=1969|publisher=Motilal Banarsidass |isbn=978-81-208-1087-7|pages=100, 152–153}}</ref>কৃষি আৰু কৃষকসকলৰ দেৱতা স্বৰূপে তেওঁ প্ৰয়োজনত খেতিৰ সঁজুলিকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ বাৰ্তা দিয়ে। .<ref name="Lochtefeld2002p82"/><ref>{{cite book|author=Lavanya Vemsani|title=Hindu and Mythology of Balarāma |url=https://books.google.com/books?id=RXnXAAAAMAAJ |year=2006|publisher=Edwin Mellen Press|isbn=978-0-7734-5723-2|pages=30–31, 52–59, 68–69 with footnotes}}</ref>
 
বলৰামক বিষ্ণু দেৱতাৰ সৈতে সম্পৰ্কিত শেষ নাগৰ অৱতাৰ বুলি বৰ্ণনা কৰা হয়; কৃষ্ণক বিষ্ণুৰ অৱতাৰ হিচাপে গণ্য কৰা হয়। কোনো কোনো অঞ্চলত বলোৰামক বিষ্ণুৰ দশ অৱতাৰৰ এটা বুলি গণ্য কৰে।<ref>{{Cite web|url=https://www.britannica.com/topic/Balarama|title=Balarama &#124; Hindu mythology|website=Encyclopedia Britannica}}</ref><ref name="Lochtefeld2002p82"/>
 
 
ভাৰতীয় সংস্কৃতিত বলৰামৰ তাৎপৰ্য প্ৰাচীন কালৰে পৰা আছে। [[ভাৰতীয় শিল্পকলা]] তেওঁৰ প্ৰতিচ্ছবি সাধাৰণ যুগৰ আৰম্ভণিৰ পৰা আৰম্ভ হৈছে, আৰু খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ মুদ্ৰাত আছে।<ref name="Elgood2000p57">{{cite book|author=Heather Elgood|title=Hinduism and the Religious Arts|url=https://books.google.com/books?id=cj2tAwAAQBAJ&pg=PA61|date=1 April 2000|publisher=Bloomsburg Academic|isbn=978-0-304-70739-3|pages=57, 61}}</ref> জৈন ধৰ্মত তেওঁ বলদেৱ নামেৰে পৰিচিত আৰু ঐতিহাসিকভাৱে তেওঁ কৃষক সম্পৰ্কীয় দেৱতা আছিল।<ref>{{cite book|last1=Vemsani|first1=Lavanya|title=Hindu and Jain Mythology of Balarama|date=2006|publisher=EdwinMellen|isbn=9780773457232|edition=1}}</ref><ref name=olivelle391>{{cite book|author=Patrick Olivelle|title=Between the Empires: Society in India 300 BCE to 400 CE |url=https://books.google.com/books?id=efaOR_-YsIcC&pg=PA391|year=2006|publisher=Oxford University Press |isbn=978-0-19-977507-1|pages=391 with note 15}}</ref>
 
== তথ্যউৎস ==
"https://as.wikipedia.org/wiki/বলোৰাম"ৰ পৰা অনা হৈছে