৬ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2 নং শাৰী:
==ঘটনাৱলী==
* ১৮৮৫ - ফৰাচী বিজ্ঞানী [[লুই পেষ্টিউ]]ৰে [[জলাতংক ৰোগ]]ৰ কাৰণ আৰু তাৰ প্ৰতিষেধক ছিটা আৱিষ্কাৰ কৰে।
* ১৯৪৪ - [[নেতাজী [[সুভাষ চন্দ্ৰ বসু]]ই প্ৰথমবাৰৰ বাবে [[মহাত্মা গান্ধী]]ক জাতিৰ পিতা ৰূপে সম্বোধন কৰে।
* ১৯৪৮ - নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক সত্যপ্ৰসাদ বৰুৱাদেৱে লিখা "ধৰালৈ যিদিনা নামিব সৰগ" নাটকখন ৰেডিঅ’যোগে প্ৰচাৰ হৈছিল। উল্লেখযোগ্য যে এইখনেই আছিল [[অল ইণ্ডিয়া ৰেডিঅ']]যোগে প্ৰচাৰ হোৱা প্ৰথম অসমীয়া অনাতাঁৰ নাটক।
* ১৯৫৯ - ডাঃ এন গোপীনাথ আৰু ডাঃ আৰ এইছ বেটছৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ভাৰতত মুক্ত হৃদপিণ্ডৰ অষ্ট্ৰোপচাৰ সম্পন্ন হৈছিল।
* ১৯৭৫ - ৫০০ বছৰীয়া [[পটুৰ্গিজপৰ্তুগীজ]]ৰ পৰাধীনতাৰ শিকলী চিঙি মোজাম্বিকে স্বাধীনতাৰ লাভ কৰে।
* ২০১৩ - [[যোৰহাট]]ৰ ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত নৱনিৰ্মিত তাৰকাগৃহটো অসমৰ মুখ্যমন্ত্ৰী [[তৰুণ গগৈ]]য়ে উদ্বোধন কৰে।
 
"https://as.wikipedia.org/wiki/৬_জুলাই"ৰ পৰা অনা হৈছে