ৰোহিনী (বাসুদেৱৰ পত্নী): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
23 নং শাৰী:
 
== জৈন ধৰ্ম ==
কৃষ্ণ আৰু বলোৰামৰ সৈতে সম্পৰ্কিত জৈন কাহিনীত, ৰোহিণী হৈছে কোশল ৰাজ্যৰ ৰাজকুমাৰী। তেওঁ [[স্বয়ম্ববৰস্বয়ম্বৰ]] অনুষ্ঠানত বসুদেৱক তেওঁৰ স্বামী হিচাপে বাছনি কৰে। তেওঁ সৌৰপুৰত বাসুদেৱৰ সৈতে জীৱন অতিবাহিত কৰে, য'ত তেওঁ পুত্ৰ বলোৰামক জন্ম দিয়ে। জৈন বৰ্ণনা অনুসৰি তেওঁ চাৰিটা সপোন দেখিছিল: এটা সিংহ, এটা বগা হাতী, চন্দ্ৰ আৰু সাগৰ; এই সমূহ হিন্দু ধৰ্মৰ লগতে জৈন ধৰ্মতো বলোৰামৰ সৈতে সম্পৰ্কিত প্ৰতীক। জৈন মত অনুসৰি ৰোহিনীয়ে ব্ৰজত কৃষ্ণৰ লালন-পালনত কোনো ভূমিকা পালন কৰা নাছিল; তেওঁ সৌৰাপুৰত বলোৰামৰ যত্নহে লৈছিল। প্ৰাপ্তবয়স্ক বলোৰামে কৃষ্ণক সহায় কৰিবলৈ ব্ৰজধামলৈ যায়।<ref name="Vemsani"/>
 
== তথ্য উৎস ==