সম্পাদনা সাৰংশ নাই
কোনো নিৰ্দিষ্ট উষ্ণতাত সেই আয়তনৰ বায়ুত থকা জলীয়বাষ্পৰ ভৰৰ লগত সেই একে উষ্ণতাত সেই আয়তনৰ বায়ুখিনি সংপৃক্ত হ'বলৈ প্ৰয়োজনীয় জলীয়বাষ্পৰ ভৰৰ যি অনুপাত তাকে আপেক্ষিক আৰ্দ্ৰতা বোলে । টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
No edit summary |
||
1 নং শাৰী:
আৰ্দ্ৰতা ({{lang-en|Humidity}}) সূৰ্যৰ আপাতিত ৰশ্মিৰ উত্তাপৰ বাবে বৰফৰ স্তূপ, বৰাবৃত অঞ্চল, সাগৰ-মহাসাগৰ, হ্ৰদ, নদ-নদী, জলাশয় আদিৰ পৰা প্ৰতিদিনে অবিৰতভাৱে বাষ্পীভৱন হৈ
আৰ্দ্ৰতা দুই প্ৰকাৰৰ (১) চৰম আৰ্দ্ৰতা (Absolute Humidity) কোনো নিৰ্দিষ্ট আয়তনৰ বায়ুত থকা জলীয়বাষ্পৰ প্ৰকৃত পৰিমাণকে চৰম আৰ্দ্ৰতা
▲সূৰ্যৰ আপাতিত ৰশ্মিৰ উত্তাপৰ বাবে বৰফৰ স্তূপ, বৰাবৃত অঞ্চল, সাগৰ-মহাসাগৰ, হ্ৰদ, নদ-নদী, জলাশয় আদিৰ পৰা প্ৰতিদিনে অবিৰতভাৱে বাষ্পীভৱন হৈ আছে । এনেদৰে বাষ্পীভূত হোৱা জল-কণাবোৰ বায়ুমণ্ডলত মিহলি হৈ থাকে । বছৰৰ ভিন ভিন ঋতুত আৰু ভিন ভিন ঠাইত বায়ুৰ উত্তাপৰ পাৰ্থক্যৰ বাবে বায়ুমণ্ডলে ধাৰণ কৰা জলীয়বাষ্পৰ পৰিমাণ ভিন ভিন হোৱা দেখা যায় । এইদৰে বায়ুত মিহলি হৈ থকা জলীয়বাষ্পৰ পৰিমাণক আৰ্দতা বুলি কোৱা হয় ।
▲আৰ্দ্ৰতা দুই প্ৰকাৰৰ (১) চৰম আৰ্দ্ৰতা (Absolute Humidity) কোনো নিৰ্দিষ্ট আয়তনৰ বায়ুত থকা জলীয়বাষ্পৰ প্ৰকৃত পৰিমাণকে চৰম আৰ্দ্ৰতা বোলে । (২) আপেক্ষিক আৰ্দ্ৰতা (Relative Humidity)কোনো নিৰ্দিষ্ট উষ্ণতাত সেই আয়তনৰ বায়ুত থকা জলীয়বাষ্পৰ ভৰৰ লগত সেই একে উষ্ণতাত সেই আয়তনৰ বায়ুখিনি সংপৃক্ত হ'বলৈ প্ৰয়োজনীয় জলীয়বাষ্পৰ ভৰৰ যি অনুপাত তাকে আপেক্ষিক আৰ্দ্ৰতা বোলে ।
|