ৰাজা ৰবি বৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
সামান্য টাইপিং ভুলৰ শুধৰণি
13 নং শাৰী:
}}
[[File:Ravi Varma-Ravana Sita Jathayu.jpg|thumb|[[Jatayu (Ramayana)|Jatayu]] struck down by [[Ravana]] from [[Ramayana]]]]
'''ৰাজা ৰবি বৰ্মা'''<ref>{{cite web|title=Restoring works of art|url=http://www.thehindu.com/2005/07/19/stories/2005071900840200.htm|publisher=The Hindu|accessdate=18 April 2015}}</ref> (২৯ এপ্ৰিল, ১৯৪৮১৮৪৮- ২ অক্টোবৰ, ১৯০৬) ভাৰতৰ ট্ৰেভানক'ৰ ([[:en:Travencore|Travancore]]) নামৰ দেশীয় ৰাজ্য([[:en:princely state|princely state]]) (বৰ্তমান দক্ষিণ কেৰালা আৰু তামিলনাডুৰ কিছু অংশ) এখনৰ এজন বিখ্যাত চিত্ৰশিল্পী আৰু কলাকাৰ আছিল। [[মহাভাৰত]] আৰু [[ৰামায়ণ]] মহাকাব্য দুখনকে ধৰি ভাৰতীয় সংস্কৃতি আৰু পৌৰাণিক কথা বিষয়ৰ চিত্ৰকৰ্মবোৰৰ বাবে তেওঁ খ্যাতি লভিবলৈ সক্ষম হৈছিল। ভাৰতীয় কলাৰ ইতিহাসত তেওঁক এজন অন্যতম মহান চিত্ৰশিল্পী হিচাপে গণ্য কৰা হয়। তেওঁৰ চিত্ৰকৰ্মবোৰক ভাৰতীয় পৰম্পৰা আৰু ইউৰোপীয় ([[:en:academic art|একাডেমিক আৰ্টৰ]]) ৰীতিৰ সংমিশ্ৰণৰ শ্ৰেষ্ঠ উদাহৰণ হিচাপে স্বীকৃতি দিয়া হয়। বৰ্মাৰ চিত্ৰকৰ্মবোৰত শাৰী পৰিহিত নাৰীক এক সৌষ্ঠৱপূৰ্ণ ৰূপত অংকিত কৰা হৈছিল আৰু ই সেইসময়ৰ এক ধাৰালৈ পৰিণত হৈছিল যিবোৰৰ প্ৰতিলিপি বহু ঘৰত দেখিবলৈ পোৱা যায়।<ref name="Mitter1994">{{cite book|last=Mitter|first=Partha|title=Art and nationalism in colonial India, 1850–1922: occidental orientations|url=http://books.google.com/books?id=9mRTtkri8E0C&pg=PA179|accessdate=12 December 2011|year=1994|publisher=Cambridge University Press|isbn=978-0-521-44354-8|pages=179–215|chapter=5 – The Artist as Charismatic Individual – Raja Ravi Varma}}</ref>
<!--