আৰ্দ্ৰতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
4 নং শাৰী:
আৰ্দ্ৰতা বায়ুমণ্ডলৰ উষ্ণতা আৰু চাপৰ ওপৰত নিৰ্ভৰ কৰে। সূৰ্যৰ আপাতিত ৰশ্মিৰ উত্তাপৰ বাবে বৰফৰ স্তূপ, বৰাবৃত অঞ্চল, সাগৰ-মহাসাগৰ, হ্ৰদ, নদ-নদী, জলাশয় আদিৰ পৰা প্ৰতিদিনে অবিৰতভাৱে বাষ্পীভৱন হৈ আছে। এনেদৰে বাষ্পীভূত হোৱা জল-কণাবোৰ বায়ুমণ্ডলত মিহলি হৈ থাকে। বছৰৰ ভিন ভিন ঋতুত আৰু ভিন ভিন ঠাইত বায়ুৰ উত্তাপৰ পাৰ্থক্যৰ বাবে বায়ুমণ্ডলে ধাৰণ কৰা জলীয়বাষ্পৰ পৰিমাণ ভিন ভিন হোৱা দেখা যায়। এইদৰে বায়ুত মিহলি হৈ থকা জলীয়বাষ্পৰ পৰিমাণক আৰ্দতা বুলি কোৱা হয়।
আৰ্দ্ৰতা দুই প্ৰকাৰৰ-
* '''চৰম আৰ্দ্ৰতা (Absolute Humidity):''' কোনো নিৰ্দিষ্ট আয়তনৰ বায়ুত থকা জলীয়বাষ্পৰ প্ৰকৃত পৰিমাণকে চৰম আৰ্দ্ৰতা বোলে। যেতিয়া বায়ু ৩৯°চেণ্টিগ্ৰেড (৮৬° ফ)ত সংপৃক্ত হয়, বায়ুমণ্ডলত চৰম আৰ্দ্ৰতা প্ৰতি ঘন মিটাৰত প্ৰায় শূন্যৰ পৰা প্ৰায় ৩০ গ্ৰাম (১.১ অ'জ)ৰ ভিতৰত থাকে।<ref>{{cite web|title=Climate - Humidity indexes|url=https://www.britannica.com/science/climate-meteorology/Humidity-indexes|website=Encyclopaedia Britannica|access-date=15 February 2018}}</ref><ref>{{cite web|title=Climate/humidity table|url=http://www.tis-gdv.de/tis_e/misc/klima.htm|website=Transport Information Service of the German Insurance Association|access-date=15 February 2018}}</ref>
বায়ুমণ্ডলত পৰম আৰ্দ্ৰতা প্ৰতি ঘন মিটাৰত প্ৰায় শূন্যৰ পৰা প্ৰায় ৩০ গ্ৰাম (১.১ অ'জ)ৰ ভিতৰত থাকে।<ref>{{cite web|title=Climate - Humidity indexes|url=https://www.britannica.com/science/climate-meteorology/Humidity-indexes|website=Encyclopaedia Britannica|access-date=15 February 2018}}</ref><ref>{{cite web|title=Climate/humidity table|url=http://www.tis-gdv.de/tis_e/misc/klima.htm|website=Transport Information Service of the German Insurance Association|access-date=15 February 2018}}</ref>
চৰম আৰ্দ্ৰতা হৈছে জলীয় বাষ্পৰ ভৰ <math> (m_{H_2O}) </math>ক, জলীয় বাষ্প আৰু বায়ুৰ মিশ্ৰণৰ আয়তন <math> (V_{net} )</math> ৰে ভাগ কৰি পোৱা ভাগফল। ইয়াক তলত দিয়া ধৰণে প্ৰকাশ কৰিব পাৰি:
 
"https://as.wikipedia.org/wiki/আৰ্দ্ৰতা"ৰ পৰা অনা হৈছে