আৰ্দ্ৰতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
তছতিয়া
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
10 নং শাৰী:
* '''আপেক্ষিক আৰ্দ্ৰতা (Relative Humidity):'''কোনো নিৰ্দিষ্ট উষ্ণতাত সেই আয়তনৰ বায়ুত থকা জলীয়বাষ্পৰ ভৰৰ লগত সেই একে উষ্ণতাত সেই আয়তনৰ বায়ুখিনি সংপৃক্ত হ'বলৈ প্ৰয়োজনীয় জলীয়বাষ্পৰ ভৰৰ যি অনুপাত তাকে আপেক্ষিক আৰ্দ্ৰতা বোলে।
 
কেতিয়াবা বায়ুৰ উত্তাপ হ্ৰাস হৈ এনে অৱস্থা পায়গৈ যে, বায়ুত থকা জলীয় বাষ্পখিনি ঘনীভূত হৈ কুঁৱলী, নিয়ৰ, বৰষুণ, বৰফ কণা আদিৰ সৃষ্টি হয় আৰু পিছত অধোগামী হৈ ভূপৃষ্ঠত পৰেহি। তছতিয়াপৰেহি এইবিলাকক একে লগে অধ:ক্ষেপ বুলি কোৱা হয়।
 
== তথ্যউৎস ==
"https://as.wikipedia.org/wiki/আৰ্দ্ৰতা"ৰ পৰা অনা হৈছে