মিতালী ৰাজ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
SlowPhoton (আলোচনা | বৰঙণি) |
SlowPhoton (আলোচনা | বৰঙণি) অNo edit summary |
||
1 নং শাৰী:
{{Infobox cricketer
| name = মিতালী ৰাজ
| female = yes
| image = Mithali_Raj_Truro_2012.jpg
| caption = ২০১২ চনত বেটিং কৰি থকা অৱস্থাত মিতালী ৰাজ
| fullname = মিতালী দৰাই ৰাজ
| birth_date = {{Birth date and age|1982|12|3|df=yes}}<ref>{{cite web|url=http://www.espncricinfo.com/india/content/player/54273.html|title=Mithali Raj|accessdate=23 July 2017}}</ref>
| birth_place = যোধপুৰ, ভাৰত
| residence = [[হায়দৰাবাদ]], [[তেলেংগানা]], ভাৰতীয়
| batting = সোঁহতীয়া
| bowling = ৰাইট আৰ্ম লেগ ব্ৰেক
| role = মহিলা দলৰ অধিনায়ক, বেটছ ৱমেন
| website =
| country = ভাৰত
| international = true
30 নং শাৰী:
| lastodiagainst = নিউজিলেণ্ড
| odishirt = ৩
| T20Idebutdate = ৫ আগষ্ট
| T20Idebutyear = ২০০৬
| T20Idebutagainst = ইংলেণ্ড
| T20Icap = ৯
| lastT20Idate = ১০ ফেব্ৰুৱাৰী
| lastT20Iyear =
| lastT20Iagainst = নিউজিলেণ্ড
| T20Ishirt = ৩
41 নং শাৰী:
| year1 = ২০০৬–বৰ্তমানলৈ
| columns = ৩
| column1 = মহিলা টেষ্ট ক্ৰিকেট
| column2 = মহিলা এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট
| column3 = মহিলা
| matches1 = ১০
| matches2 = ২০০
76 নং শাৰী:
| tenfor1 = –
| tenfor2 = প্ৰযোজ্য নহয়
| tenfor3 = প্ৰযোজ্য নহয়
| best bowling1 = –
| best bowling2 = ৩/৪
86 নং শাৰী:
| date = ১০ ফেব্ৰুৱাৰী ২০১৯
}}
'''মিতালী দৰাই ৰাজ''' (জন্ম: ৩ ডিচেম্বৰ ১৯৮২) এগৰাকী ভাৰতীয় ক্ৰিকেট খেলুৱৈ আৰু বৰ্তমান [[ভাৰতীয় মহিলা ক্ৰিকেট দল]]ৰ টেষ্ট আৰু এদিনীয়া ক্ৰিকেটৰ অধিনায়ক।<ref>{{cite web|url=http://www.espncricinfo.com/icc-womens-world-cup-2017/content/story/1110832.html?object=1085967|title=Raj finds life lonely at the top}}</ref> তেওঁ আন্তৰ্জাতিক ক্ৰিকেটত আটাইতকৈ বেছি ৰাণ বনোৱা মহিলা ক্ৰিকেট খেলুৱৈ আৰু এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত ৬০০০ ৰাণ অতিক্ৰম কৰা একমাত্ৰ মহিলা।<ref name="Raj-leading">{{cite web|title=Record-setting Raj top of the women's charts |url=http://www.espncricinfo.com/icc-womens-world-cup-2017/content/story/1110610.html |work=ESPN Cricinfo |accessdate=12 July 2017}}</ref><ref name="Raj-6000">{{cite web|title=Mithali Raj becomes leading run-scorer in women’s ODI cricket; surpasses England’s Charlotte Edwards |url=http://indianexpress.com/article/sports/cricket/mithali-raj-becomes-leading-run-scorer-in-womens-odi-cricket-surpasses-englands-charlotte-edwards-4747402/ |work=Indian Express |accessdate=12 July 2017}}</ref> ইয়াৰ লগতে তেওঁ এদিনীয়া ক্ৰিকেটত একাদিক্ৰমে সাতবাৰ অৰ্ধশতক বনোৱা প্ৰথম মহিলা ক্ৰিকেটাৰ।<ref name="Mithali5500">{{citeweb|url=https://www.icc-cricket.com/news/333723 |title=Meshram-Raj and spin quartet to the fore in emphatic India win |work=International Cricket Council |accessdate=15 February 2017}}</ref> এদিনীয়া ক্ৰিকেটত সবাতোকৈ বেছি অৰ্ধশতক ৰাণ বনোৱাৰ ৰেকৰ্ড মিতালী ৰাজৰ আছে।<ref>{{cite web|title=Records {{!}} Women's One-Day Internationals {{!}} Batting records {{!}} Most fifties in career {{!}} ESPNcricinfo|url=http://stats.espncricinfo.com/ci/content/records/284107.html|website=Cricinfo|accessdate=13 April 2018}}</ref> ২০১৮ চনৰ জুন মাহত মহিলাৰ
মিতালী ৰাজ বিশ্বকাপ ক্ৰিকেটত দুবাৰ অধিনায়ক হিচাপে খেলা প্ৰথম গৰাকী ভাৰতীয়। তেওঁ ২০০৫ মহিলাৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ আৰু ২০১৭ মহিলাৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপত ভাৰতীয় দলৰ অধিনায়ক আছিল।<ref>{{cite web|url=http://www.espncricinfo.com/series/8584/preview/1085975/|title=India's chance to spur a revolution}}</ref><ref>{{cite web|url=https://www.icc-cricket.com/media-releases/441890|title=Team of the ICC Women's World Cup 2017 announced}}</ref> ২০১৯ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে মিতালী ৰাজে [[নিউজিলেণ্ড]]ত অনুষ্ঠিত ভাৰত বনাম নিউজিলেণ্ড চিৰিজত খেলি
▲'''মিতালী দৰাই ৰাজ'''(জন্ম ৩ ডিচেম্বৰ ১৯৮২) এগৰাকী ভাৰতীয় ক্ৰিকেট খেলুৱৈ আৰু বৰ্তমান [[ভাৰতীয় মহিলা ক্ৰিকেট দল]]ৰ টেষ্ট আৰু এদিনীয়া ক্ৰিকেটৰ অধিনায়ক।<ref>{{cite web|url=http://www.espncricinfo.com/icc-womens-world-cup-2017/content/story/1110832.html?object=1085967|title=Raj finds life lonely at the top}}</ref> তেওঁ আন্তৰ্জাতিক ক্ৰিকেটত আটাইতকৈ বেছি ৰাণ বনোৱা মহিলা ক্ৰিকেট খেলুৱৈ আৰু এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত ৬০০০ ৰাণ অতিক্ৰম কৰা একমাত্ৰ মহিলা।<ref name="Raj-leading">{{cite web|title=Record-setting Raj top of the women's charts |url=http://www.espncricinfo.com/icc-womens-world-cup-2017/content/story/1110610.html |work=ESPN Cricinfo |accessdate=12 July 2017}}</ref><ref name="Raj-6000">{{cite web|title=Mithali Raj becomes leading run-scorer in women’s ODI cricket; surpasses England’s Charlotte Edwards |url=http://indianexpress.com/article/sports/cricket/mithali-raj-becomes-leading-run-scorer-in-womens-odi-cricket-surpasses-englands-charlotte-edwards-4747402/ |work=Indian Express |accessdate=12 July 2017}}</ref> ইয়াৰ লগতে তেওঁ এদিনীয়া ক্ৰিকেটত একাদিক্ৰমে সাতবাৰ অৰ্ধশতক বনোৱা প্ৰথম মহিলা ক্ৰিকেটাৰ।<ref name="Mithali5500">{{citeweb|url=https://www.icc-cricket.com/news/333723 |title=Meshram-Raj and spin quartet to the fore in emphatic India win |work=International Cricket Council |accessdate=15 February 2017}}</ref> এদিনীয়া ক্ৰিকেটত সবাতোকৈ বেছি অৰ্ধশতক ৰাণ বনোৱাৰ ৰেকৰ্ড মিতালী ৰাজৰ আছে।<ref>{{cite web|title=Records {{!}} Women's One-Day Internationals {{!}} Batting records {{!}} Most fifties in career {{!}} ESPNcricinfo|url=http://stats.espncricinfo.com/ci/content/records/284107.html|website=Cricinfo|accessdate=13 April 2018}}</ref> ২০১৮ চনৰ জুন মাহত মহিলাৰ টুৱেন্টি২০ এছিয়া কাপ, ২০১৮ত তেওঁ টুৱেন্টি২০ ক্ৰিকেটত ২০০০ ৰাণ অতিক্ৰম কৰা পুৰুষ আৰু মহিলা উভয় শাখাৰ প্ৰথম ভাৰতীয়ত পৰিণত হয় লগতে টুৱেন্টি২০ত ২০০০ ৰাণ অতিক্ৰম কৰা বিশ্বৰ প্ৰথম মহিলা হৈ পৰে।<ref>{{cite web|url=https://timesofindia.indiatimes.com/sports/cricket/news/mithali-raj-edges-virat-kohli-becomes-first-india-cricketer-to-score-2000-t20i-runs/articleshow/64494573.cms|title=Mithali Raj edges Virat Kohli, becomes first India cricketer to score 2000 T20I runs}}</ref><ref>{{Cite news|url=https://sports.ndtv.com/cricket/mithali-raj-becomes-the-first-woman-cricketer-to-score-2000-t20i-runs-1863976|title=Women's Asia Cup: Mithali Raj Becomes First Woman To Reach 2000 T20I Runs – NDTV Sports|last=NDTVSports.com|first=|date=|work=NDTVSports.com|accessdate=10 June 2018}}</ref><ref>{{Cite news|url=http://indianexpress.com/article/trending/trending-in-india/consistent-run-machine-mithali-raj-becomes-first-indian-to-score-2000-runs-in-t20is-fans-ecstatic/lite/|title=‘Consistent run machine’: Mithali Raj becomes FIRST Indian to score 2000 runs in T20Is; fans ECSTATIC|last=|first=|date=7 June 2018|work=The Indian Express|accessdate=10 June 2018}}</ref>
▲মিতালী ৰাজ বিশ্বকাপ ক্ৰিকেটত দুবাৰ অধিনায়ক হিচাপে খেলা প্ৰথম গৰাকী ভাৰতীয়। তেওঁ ২০০৫ মহিলাৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ আৰু ২০১৭ মহিলাৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপত ভাৰতীয় দলৰ অধিনায়ক আছিল।<ref>{{cite web|url=http://www.espncricinfo.com/series/8584/preview/1085975/|title=India's chance to spur a revolution}}</ref><ref>{{cite web|url=https://www.icc-cricket.com/media-releases/441890|title=Team of the ICC Women's World Cup 2017 announced}}</ref> ২০১৯ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে মিতালী ৰাজে [[নিউজিলেণ্ড]]ত অনুষ্ঠিত ভাৰত বনাম নিউজিলেণ্ড চিৰিজত খেলি ২০০ খন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল খেলা প্ৰথম গৰাকী মহিলা হয়।<ref name="MR200">{{cite web|url=https://www.icc-cricket.com/news/990816 |title=Mithali Raj at 200: The best of a record-breaking career |work=International Cricket Council |accessdate=1 February 2019}}</ref>
==প্ৰাৰম্ভিক জীৱন==
১৯৮২ চনৰ ৩ ডিচেম্বৰ তাৰিখে [[ৰাজস্থান]]ৰ যোধপুৰত মিতালী ৰাজৰ জন্ম হৈছিল। তেওঁৰ পিতৃ দৰাই ৰাজ আৰু তেওঁৰ মাতৃ লীলা ৰাজ।
তেওঁৰ পিতৃ [[ভাৰতীয় বায়ু সেনা]]ৰ এয়াৰমেন আছিল। তেওঁলোক [[তামিল]] সম্প্ৰদায়ৰৰ লোক। ১০ বছৰ বয়সৰ পৰায়ে তেওঁ ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰে। ১৭ বছৰ বয়সত তেওঁক ভাৰতীয় মহিলা ক্ৰিকেট দলত
তেওঁ ছেকেন্দ্ৰাবাদৰ কেয়েছ হাইস্কুল ফৰ গাৰ্লছত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ কৌস্তুৰবা গান্ধী জুনিয়ৰ কলেজত শিক্ষা লাভ কৰে। স্কুলত পঢ়ি থকা সময়তে তেওঁ তেওঁৰ ককায়েকৰ লগত ক্ৰিকেট খেলিছিল। তেওঁ প্ৰায়ে স্কুলত লৰা সকলৰ লগত
==ৰেকৰ্ডসমূহ==
[[File:2017 Women's Cricket World Cup IMG 2653 (35334417723).jpg|thumb|২০১৭ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপত মিতালী ৰাজ]]
মিতালী বিশ্বকাপ মহিলা ক্ৰিকেটত সৰ্বোচ্চ ৰাণৰ বৰঙণি আগবঢ়োৱা ভাৰতীয় মহিলা। বিশ্বকাপ মহিলা ক্ৰিকেট ২০০৫ চনত তেওঁ [[নিউজিলেণ্ড]]ৰ বিৰুদ্ধে ১০৪ ত বলত ৯১ ৰাণ সংগ্ৰহ কৰি আউট নোহোৱাকৈ আছিল।<ref>{{cite web|url=http://stats.espncricinfo.com/ci/engine/stats/index.html?class=9; filter=advanced; groupby=series; orderby=batted_score; template=results; trophy=68; type=batting; view=innings|title=Batting records – Women's One-Day Internationals – Cricinfo Statsguru – ESPN Cricinfo|publisher=|accessdate=15 February 2017}}</ref> ২০১৩ চনৰ বিশ্বকাপ ক্ৰিকেটত তেওঁৰ এই খিতাপ [[হৰমনপ্ৰীত কৌৰ]]লৈ যায়। তেওঁ ১০৯ বলত ১০৭ ৰাণ সংগ্ৰহ কৰিছিল{{cn|date=February 2019}} ২০১৭ মহিলাৰ বিশ্বকাপ ক্ৰিকেটত তেওঁ একাদিক্ৰমে সাতটা অৰ্ধশতক কৰে আৰু একাদিক্ৰমে আটাইতকৈ বেছি সংখ্যক অৰ্ধশতক ৰাণ সংগ্ৰহ কৰা খেলুৱৈত পৰিগণিত হয়।<ref>{{cite web|url=http://indianexpress.com/article/sports/cricket/india-vs-england-icc-women-world-cup-mithali-raj-creates-unique-record-with-7th-consecutive-fifty-4720150/|title= India vs England, ICC Women’s World Cup 2017: Mithali Raj creates world record with 7th consecutive fifty|author= Express Web Desk|accessdate=3 July 2017|date= 25 June 2017}}</ref><ref>{{Cite news|url=http://stats.espncricinfo.com/ci/content/records/284101.html|title=Records {{!}} Women's One-Day Internationals {{!}} Batting records {{!}} Fifties in consecutive innings {{!}} ESPN Cricinfo|work=Cricinfo|accessdate=13 July 2017}}</ref> বিশ্বকাপত ১০০০ ৰাণ সংগ্ৰহ কৰা তেওঁ একমাত্ৰ ভাৰতীয় তথা বিশ্বৰ পঞ্চম গৰাকী খেলুৱৈ।<ref>{{cite web|url=http://stats.espncricinfo.com/ci/engine/records/batting/most_runs_career.html?id=68; type=trophy|title=Records / Women's World Cup / Most runs}}</ref> মহিলাৰ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত
==বঁটা আৰু সন্মান==
{| class="wikitable"
! চন
! বঁটা
! নোট
|-
|২০০৩
Line 109 ⟶ 108:
|
|-
|২০১৫
|[[পদ্মশ্ৰী]]
|ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান<ref name="pdma">{{cite web|url=http://pib.nic.in/newsite/PrintRelease.aspx?relid=114952|title=Padma Awards 2015|publisher=Press Information Bureau|archiveurl=https://www.webcitation.org/6VrWjEuo3?url=http://pib.nic.in/newsite/PrintRelease.aspx?relid=114952|archivedate=26 January 2015|deadurl=yes|accessdate=25 January 2015|df=}}</ref>
|-
|২০১৭
|য়ুথ স্পৰ্টছ আইকন অফ এক্সচেলেন্স এৱাৰ্ড
|
|-
|২০১৭
|