কলিকতা বিশ্ববিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

চিত্র সংযোজন, #WPWP
No edit summary
26 নং শাৰী:
'''কলিকতা বিশ্ববিদ্যালয়''' ({{Lang-en|University of Calcutta}}) [[পশ্চিমবংগ]]ৰ ৰাজধানী [[কলকাতা]]ত অৱস্থিত এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। ১৮৫৭ চনৰ ২৪ জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল।<ref>[http://www.higherednwb.net/universityeducation.htm Department of Higher Education, West Bengal] ''higherednwb.net''. Retrieved 6 August 2012</ref> এইখন [[এছিয়া মহাদেশ]]ৰ অন্যতম প্ৰথম বহুবিভাগীয় পাশ্চাত্যশৈলী বিশ্ববিদ্যালয়।<ref>[https://www.caluniv.ac.in/about/Noteble.html] . Retrieved 22 September 2019</ref> ভাৰতত কলিকতা বিশ্ববিদ্যালয়য়ে 'পঞ্চতাৰকাযুক্ত বিশ্ববিদ্যালয়' আৰু ৰাষ্ট্ৰীয় [[ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ]]ৰ দ্বাৰা 'এ' গ্ৰেড লাভ কৰিছে। ইয়াৰ লগতে [[বিশ্ববিদ্যালয় অনুদান আয়োগ|বিশ্ববিদ্যালয় অনুদান আয়োগে]] এই বিশ্ববিদ্যালয়খনক 'বিশেষ ক্ষেত্ৰত উৎকৃষ্টতাৰ প্ৰতিশ্ৰুতিসম্পন্ন কেন্দ্ৰ' আৰু 'উৎকৃষ্টতাৰ প্ৰতিশ্ৰুতিসম্পন্ন বিশ্ববিদ্যালয়' হিচাপে চিহ্নিত কৰিছে।<ref name='Growth_Spiral'>{{cite web|url=http://indiatoday.intoday.in/story/india-today-universities-rankings-2012-calcutta-university/1/189323.html|title=Calcutta University features at 3rd spot on India Today Universities Rankings 2012}}</ref><ref name='Our_Special_Correspondent' />
 
বিশ্ববিদ্যালয়খনৰ সৰ্বমুঠ ১৪টা চৌহদ [[কলকাতা]] মহানগৰ আৰু ইয়াৰ আশে-পাশে অৱস্থিত। ২০১২ চনলৈ মুঠ ১৩৬ খন১৩৬খন মহাবিদ্যালয় কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। [[ভাৰত চৰকাৰ]]ৰ মানৱসম্পদ উন্নয়ন মন্ত্ৰণালয়ে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান মূল্যাংকণমূল্যাঙ্কন তালিকাতৰ '২০১৯ চনৰ শ্ৰেষ্ঠ ভাৰতীয় বিশ্ববিদ্যালয়'-ৰ তালিকাত কলিকতা বিশ্ববিদ্যালয়ে পঞ্চম স্থান লাভ কৰিছিল।<ref>[https://www.caluniv.ac.in/NIRF_Rank_2019.pdf]. Retrieved 22 September 2019</ref><ref>[https://www.caluniv.ac.in/IT-RANKING.pdf]. Retrieved 22 September 2019</ref>
 
কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী আৰু অধ্যাপকে ৰাষ্ট্ৰৰ মুৰব্বী, চৰকাৰৰ মুৰব্বী, সমাজ সংস্কাৰক, এগৰাকী [[অস্কাৰ বঁটা]] বিজয়ী আৰু দিৰাক পদক বিজয়ী, কেইবাগৰাকী ৰয়েল ছোচাইটিৰ সভ্য, পাঁচ গৰাকী [[ন'বেল বঁটা]] বিজয়ী ইত্যাদি ভাৰত তথা বিশ্বৰ আগশাৰীৰ ব্যক্তিত্ব।<ref>[http://www.currentscience.ac.in/Downloads/article_id_097_04_0490_0499_0.pdf CSIR–UGC National Eligibility Test: a performance indicator of basic science education in Indian universities: Inderpal, S.Chetri, A. Saini and R. Luthra, Current Science, Vol.97, No 4, 25 August 2009] ''cs-test.ias.ac.in''. Retrieved 13 August 2012</ref> কলিকত বিশ্ববিদ্যালয় [[ৰাষ্ট্ৰসংঘ]]ৰ একাডেমীক ইমপেক্ট প্ৰকল্পৰ সদস্য।<ref>[https://academicimpact.un.org/sites/academicimpact.un.org/files/UNAI%20MEMBERS%20LIST%20SEPTEMBER%202019.pdf] ''UNAI Members List''. Retrieved 17 September 2019</ref>
35 নং শাৰী:
| direction = horizontal
| image1 = Rabindranath Tagore in 1909.jpg
| caption1 = [[ৰবীন্দ্ৰনাথ ঠাকুৰ]]—প্রথম, প্ৰথম ভাৰতীয় আৰু এচিয়ানএছিয়ান [[ন'বেল বঁটা]] বিজয়ী
| image2 = Amartya Sen, c2000 (4379246038).jpg
| caption2 = [[অমৰ্ত্য সেন]]—ইকনমিক্সত, অৰ্থনীতিত [[ন'বেল বঁটা]] বিজয়ী
| image3 = Abhijit Banerjee FT Goldman Sachs Business Book of the Year Award 2011 (cropped).jpg
| caption3 = [[অভিজিতঅভিজিৎ বেনাৰ্জী]]—ইকনমিক্সত, অৰ্থনীতিত [[ন'বেল বঁটা]] বিজয়ী
| alt1 =
}}
==ইতিহাস==
১৮৫৭ খনৰ ২৪ জানুৱাৰী তাৰিখে কলিকতা বিশ্ববিদ্যালয় বিধেয়ক কাৰ্যকৰী হৈছিল আৰু বিশ্ববিদ্যালয়খনৰ আঁচনি প্ৰস্তুতকৰণৰ বাবে ৪১ গৰাকী সদস্যৰ চিনেট গঠন কৰা হৈছিল। বিশ্ববিদ্যালয়খনৰ স্থাপনৰ বাবে প্ৰয়োজনীয় ভূমি দ্বাৰভাংগাৰ মহাৰাজামহাৰাজ মহেশ্বৰ সিং বাহাদুৰে দান কৰিছিল। ঐতিহাসিক ভাবে বিশ্ববিদ্যালয়খনে ব্ৰিটিছ ভাৰতৰ প্ৰথমখন বিশ্ববিদ্যালয় হিচাপে ইয়াৰ ভৌগোলিক পৰিসৰ পূবে ৰেংগুনৰ (বৰ্তমান [[ম্যানমাৰ]]ত) পৰা উত্তৰ-পশ্চিমে লাহোৰলৈ (বৰ্তমান [[পাকিস্তান]]ত) আৰু দক্ষিণে সিংহললৈ (বৰ্তমান [[শ্ৰীলংকা]] আছিল। ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত ভৌগোলিক পৰিসৰৰ হিচাপে এয়া সৰ্ববৃহৎ।<ref name="caluniv2">[http://www.caluniv.ac.in/About%20the%20university/university_frame.htm About the university] {{Webarchive|url=https://web.archive.org/web/20110808224127/http://www.caluniv.ac.in/About%20the%20university/university_frame.htm |date=8 August 2011 }} @ Official site, University of Calcutta. Retrieved 7 December 2011</ref><ref name="officialhist">{{cite web|url=http://www.caluniv.ac.in/university_campuses/university_frame.htm|title=Genesis and Historical Overview of the University|work=University and its Campuses|publisher=University of Calcutta|archiveurl=https://web.archive.org/web/20070321035649/http://www.caluniv.ac.in/university_campuses/university_frame.htm <!-- Bot retrieved archive -->|archivedate=21 March 2007|accessdate=22 March 2007}}</ref>
 
১৯০৬ চনৰ পৰা ১৯১৪ চনলৈ ছাৰ আশুতোষ মুখাৰ্জী দুবছৰীয়া চাৰিটা কাৰ্যকালৰ বাবে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য আছিল। ১৯২১ চনত তেওঁ পঞ্চমবাৰলৈ উপাচাৰ্য পদত নিযুক্তি লাভ কৰিছিল। পাঁচ গৰাকী [[নোবেল বঁটা]] বিজয়ী ক্ৰমে: ছাৰ ৰোনাল্ড ৰছ, [[ৰবীন্দ্ৰনাথ ঠাকুৰ]], [[চন্দ্ৰশেখৰ ভেংকটৰমন]], [[অমৰ্ত্য সেন]] আৰু [[অভিজিত বেনাৰ্জী]] কলিকতা বিশ্ববিদ্যালয়ৰ লগত জড়িত।<ref name="caluniv2" />