শৈলধৰ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
{{Infobox person
| name = শৈলধৰ বৰুৱা
| image =
| alt =
| caption =
| birth_name =
| birth_date = ডিচেম্বৰ
| birth_place = [[উত্তৰ গুৱাহাটী]], [[অসম]]
| death_date = ১০ জানুৱাৰী ২০১০ (৬৮ বছৰ)
| death_place = ইন্টাৰনেছনেলইণ্টাৰনেছনেল হস্পিটেল, [[গুৱাহাটী]]
| othername =
| occupation = প্ৰযোজক
| yearsactive = ১৯৮৬–২০১০
| domesticpartner =
| website =
}}
'''শৈলধৰ বৰুৱা''' (ডিচেম্বৰ ১৯৪১ – ১০ জানুৱাৰী ২০১০) এগৰাকী বিখ্যাত ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক।<ref name="ef">{{cite web|url=https://www.telegraphindia.com/1041203/asp/northeast/story_4077407.asp|title=Portrait of an Idealist}}</ref><ref name="ab">{{cite web|url=http://www.merinews.com/article/assamese-film-producer-sailadhar-baruah-passes-away/15793974.shtml|title=Assamese film producer Sailadhar Baruah passes away|date=12 Jan 2010|publisher=Merinews|accessdate=16 January 2010}}</ref> তেওঁ [[অসমৰ চলচ্চিত্ৰ|অসমীয়া চলচ্চিত্ৰ]] প্ৰযোজনা কৰিছিল। তেওঁ চলচ্চিত্ৰ পৰিচালক [[জাহ্নু বৰুৱা]]ৰ সৈতে কেইখনমান শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ যেনে ''[[হালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)|হালধীয়া চৰায়ে বাওধান খায়]]'' আৰু ''[[সাগৰলৈ বহু দূৰ]]'' নিৰ্মাণ কৰিছিল।<ref name="cd">{{cite web|url=http://www.assamtribune.com/scripts/details.asp?id=jan1210/City3|title=CM condoles death of Sailadhar Baruah|last=Staff reporter|date=12 Jan 2010|work=The Assam Tribune|accessdate=16 January 2010}}</ref> তেওঁলোকৰ যুটীয়ে নিৰ্মাণ কৰা চলচ্চিত্ৰ সমূহে বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে।
 
==প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা==
১৯৪১ চনৰ ডিচেম্বৰ মাহত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত অসমৰ উত্তৰ গুৱাহাটীত শৈলধৰ বৰুৱাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ পদ্মধৰ বৰুৱা আৰু মাতৃ মাকণৰেখা বৰুৱা।<ref name="ab" /> তেওঁৰ তিনিগৰাকী ভাতৃ আৰু এগৰাকী ভন্টিভণ্টি আছিল। তেওঁ গুৱাহাটীত অৱস্থিত [[কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়]]ত শিক্ষা গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ অন্তৰ্ভুক্ত [[প্ৰাগজ্যোতিষ মহাবিদ্যালয়]]ৰ পৰা বিজ্ঞান বিভাগৰ স্নাতক ডিগ্ৰী লাভ কৰে।<ref name="ab" />
 
==কৰ্মজীৱন==
তেওঁ পৰিচালক [[জাহ্নু বৰুৱা]]ৰ কেইবাখনো চলচ্চিত্ৰ প্ৰযোজনা কৰিছিল। এই ছবি সমূহে [[ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা]]কে আদি কৰি বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ ২০০৫ চনত [[দূৰদৰ্শন (চেনেল)|দূৰদৰ্শন]]ৰ বাবে ''শ্ৰুতিমধুৰ'' নামৰ ধাৰাবাহিক এখন নিৰ্মাণ কৰিছিল। চলচ্চিত্ৰ নিৰ্মাণৰ বাহিৰে তেওঁ এগৰাকী খেলুৱৈ আৰু সাংস্কৃতিক কৰ্মী আছিল। তেওঁ বন্ধুবৰ্গৰ সৈতে এক সামাজিক-সংস্কৃতিক ক্লাব ''কৃষ্টি বিকাশ সংঘ'' প্ৰতিষ্ঠা কৰিছিল। তেওঁ অসম গণসংযোগ আৰু গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। পিছলৈ এই প্ৰতিষ্ঠানৰ সঞ্চালক পদবী লাভ কৰিছিল।<ref name="ab" />
 
==মৃত্যু==
২০১০ চনৰ ১ জানুৱাৰী তাৰিখে তেওঁক গুৱাহাটীস্থিত ইন্টাৰনেছনেলইণ্টাৰনেছনেল হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। তেওঁ ডায়েবেটিচ আৰু হৃদ ৰোগত ভুগিছিল। ১০ জানুৱাৰী তাৰিখে দিনৰ ২ বাজি ৩০ মিনিটত তেওঁৰ মৃত্যু হয়।<ref name="ab" /> অসমৰ মুখ্যমন্ত্ৰী [[তৰুণ গগৈ]] ডাঙৰীয়ায়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছিল।<ref name="cd" /> তেওঁৰ নশ্বৰদেহ তেওঁৰ [[পাণবজাৰ|পাণবজাৰস্থিত]] কাৰ্যালয় বৰুৱা মেডিকজ, অসম গণসংযোগ আৰু গৱেষণা প্ৰতিষ্ঠান আৰু ৰবীন্দ্ৰ ভৱনলৈ গুণমুগ্ধ সকলৰ অন্তিম শ্ৰদ্ধা জ্ঞাপনৰ বাবে নিয়া হৈছিল। ২০১০ চনৰ ১১ জানুৱাৰী তাৰিখে নৱগ্ৰহ শ্মশানত তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন হৈছিল।<ref name="cd" />
 
==চলচ্চিত্ৰ তালিকা==
*''[[পাপৰি]]'', ১৯৮৬
Line 31 ⟶ 35:
*''[[কণিকাৰ ৰামধেনু]]'', ২০০৩
*''[[তৰা (অসমীয়া চলচ্চিত্ৰ)|তৰা]]'', ২০০৪
 
==তথ্য উৎস==
{{ৰেফলিষ্ট}}
Line 36 ⟶ 41:
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:চলচ্চিত্ৰ প্ৰযোজক]]