গৰীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

20 নং শাৰী:
গৰীয়া জনগোষ্ঠী অসমৰ এটা খিলঞ্জীয়া ইছলাম ধৰ্মাৱলম্বী জনগোষ্ঠী। এই জনগোষ্ঠীটোৰ আচাৰ-ব্যৱহাৰ, কৃষ্টি-সংস্কৃতি, পৰম্পৰা আদি অসমৰ আন খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ পৰা পৃথক নহয়। একমাত্ৰ ধৰ্মীয় দিশটোৰ বাহিৰে ভাৰত বা বিশ্বৰ কোনো মুছলমানৰ লগত গৰীয়া সকলৰ সাংস্কৃতিক, ভাষিক আৰু সামাজিক ক্ষেত্ৰত মিল বা সাদৃশ্য নাই।
 
[[শ্ৰেণী:অসমৰ জনগোষ্ঠীঠজনগোষ্ঠী]]
"https://as.wikipedia.org/wiki/গৰীয়া"ৰ পৰা অনা হৈছে