৯ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
2 নং শাৰী:
 
==ঘটনাৱলী==
* ১৮১০ - [[নেপোলিয়ন]]ৰ অধীনত হলেণ্ড (নেদাৰলেণ্ড) ফ্ৰান্সৰ অৰ্ন্তভুক্ত হয়।।
* ১৮১৬ - [[আৰ্জেণ্টিনা]]ই স্পেইনৰ পৰা স্বাধীনতা লাভ কৰে।
* ১৮৭৭ - টেনিছৰ [[উইম্বলডন প্রতিযোগিতা]]ৰ উদ্বোধন হয়।
* ১৯৫১ - [[ভাৰতবৰ্ষ]]ত পোনপ্ৰথম বাৰৰ বাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ঘোষণা কৰা হয়।
* ১৯৯৯ - [[অসম চুক্তি]]ৰ আধাৰত নিৰ্মিত অসমৰ চতুৰ্থটো তেল শোধনাগাৰ [[নুমলীগড় তেল শোধনাগাৰ]] ৰাষ্ট্ৰৰ সেৱাৰ বাবে মুকলি কৰা হয়।
"https://as.wikipedia.org/wiki/৯_জুলাই"ৰ পৰা অনা হৈছে