৯ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
2 নং শাৰী:
 
==ঘটনাৱলী==
* ১৮১০ - [[নেপোলিয়ন]]ৰ অধীনত হলেণ্ড ([[নেদাৰলেণ্ড]]) ফ্ৰান্সৰ অৰ্ন্তভুক্তঅন্তৰ্ভুক্ত হয়।।হয়॥
* ১৮১৬ - [[আৰ্জেণ্টিনা]]ই স্পেইনৰ পৰা স্বাধীনতা লাভ কৰে।
* ১৮৭৭ - টেনিছৰ [[উইম্বলডন]] প্রতিযোগিতাৰপ্ৰতিযোগিতাৰ উদ্বোধন হয়।
* ১৯৫১ - [[ভাৰতবৰ্ষ]]ত পোনপ্ৰথম বাৰৰ বাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ঘোষণা কৰা হয়।
* ১৯৯৯ - [[অসম চুক্তি]]ৰ আধাৰত নিৰ্মিত অসমৰ চতুৰ্থটো তেল শোধনাগাৰ [[নুমলীগড় তেল শোধনাগাৰ]] ৰাষ্ট্ৰৰ সেৱাৰ বাবে মুকলি কৰা হয়।
* ২০০৬ - সম্পূৰ্ণ ৪৪বছৰৰ পাছত ঐতিহাসিক নাথুলা গিৰিপথ মুকলি কৰা হয়। ১৪,৫০০ ফুট উচ্চতাত অৱস্থিত এই এইগিৰিপথ মুকলি হোৱাৰ লগে লগে [[চীন]]-[[ভাৰত]]ৰ বাণিজ্যিক সম্পৰ্ক স্থাপন হয়।
* ২০০৬ - জাৰ্মানীত অনুষ্ঠিত বিশ্বকাপ ফুটবলৰ চেম্পিয়ন খিতাপ লাভ কৰে [[ইটালী]]য়ে।
 
==জন্ম==
* ১৮১৯ - চিলাই মেছিনৰ মাৰ্কিন উদ্ভাৱক [[এলায়েছ হাউ]] (ইংঃ Elias Howe)।
* ১৯২৫ - [[গুৰু দত্ত]], প্ৰকৃত নাম বসন্ত কুমাৰ শিৱশংকৰ পাডুকোন, ভাৰতীয় বোলছবি পৰিচালক, প্ৰযোজক আৰু অভিনেতা। (মৃঃ ১০/১০/১৯৬৪)
* ১৯৩১ - [[অচ্যুত লহকৰ]], [[অসম]]ৰ [[ভ্ৰাম্যমাণ থিয়েটাৰ]]ৰ জনক।
* ১৯৩৮ - [[সঞ্জীৱ কুমাৰ]], ভাৰতীয় বোলছবি অভিনেতা। (মৃঃ ০৬/১১/১৯৮৫)
 
==মৃত্যু==
* ১৮৫৬ - [[আমেদিও এভ'গেড্ৰ']], ইটালীৰ ৰসায়ন বিজ্ঞানী, [[এভ'গেড্ৰ' সংখ্যা]] বা ধ্ৰুৱকৰ আৱিষ্কাৰক।
* ১৯৯৪ - [[ৰাম গগৈ]], প্ৰগতিশীল কবি, পথাৰৰ কবি ৰূপে খ্যাত।
* ২০০২ - মহামহোপাধ্যায় বিশ্বনাৰায়ণ শাস্ত্ৰী, আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সংস্কৃত পণ্ডিত, প্ৰাক্তন সাংসদ।
 
==দিৱস==
* আৰ্জেন্টিনাৰআৰ্জেণ্টিনাৰ স্বাধীনতা দিৱস।
* দক্ষিণ চুদানৰ স্বাধীনতা দিৱস।
{{-}}
{{Months}}
"https://as.wikipedia.org/wiki/৯_জুলাই"ৰ পৰা অনা হৈছে