ইন্দ্ৰজিৎ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
15 নং শাৰী:
'''ইন্দ্ৰজিৎ''' বা '''মেঘনাদ''' হৈছে [[লংকা]]ৰ ৰাজকুমাৰ আৰু [[ইন্দ্ৰ]]ৰ নগৰী অৰ্থাৎ ইন্দ্ৰলোকৰ বিজেতা। পৌৰাণিক হিন্দু সাহিত্যসমূহত তেওঁক মহানতম যোদ্ধাসমূহৰ এজন বুলি স্বীকৃতি দিয়া হৈছে। [[ৰামায়ণ]]ত ইন্দ্ৰজিতৰ উল্লেখ তথা বৰ্ণনা পোৱা যায়। [[ৰাম]] আৰু [[ৰাৱণ]]ৰ যুদ্ধত ইন্দ্ৰজিতে সক্ৰিয় আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। গুৰু [[শুক্ৰাচাৰ্য]]ৰ পৰা তেওঁ বিভিন্ম দৈৱিক অস্ত্ৰ-শস্ত্ৰ লাভ কৰিছিল। তেওঁ স্বৰ্গৰ [[দেৱতা (হিন্দু ধৰ্ম)|দেৱতাসকলকো]] পৰাজিত কৰিছিল।<ref name="CGU2000">{{cite book |author=C. G. Uragoda |title=Traditions of Sri Lanka: A Selection with a Scientific Background |url=https://books.google.com/books?id=BOmAAAAAMAAJ |year=2000 |publisher=Vishva Lekha Publishers |isbn=978-955-96843-0-5}}</ref> [[ব্ৰহ্মাস্ত্ৰ]] প্ৰয়োগ কৰি তেওঁ একেদিনাই ৬৭০ নিযুত বানৰ সেনাক নিধন কৰি বানৰ জাতিক প্ৰায় নিঃশেষ কৰাৰ উপক্ৰম কৰিছিল। ৰামায়ণৰ বৰ্ণনা অনুসৰি পৃথিৱীৰ কোনো যোদ্ধাই এই সংখ্যা স্পৰ্শ কৰিব পৰা নাছিল।<ref name="CGU2000"/><ref name="George2002">{{cite book |author=George M. Eberhart |title=Mysterious Creatures: A Guide to Cryptozoology |url=https://books.google.com/books?id=z9gMsCUtCZUC&pg=PA388 |date=1 January 2002 |publisher=ABC-CLIO |isbn=978-1-57607-283-7 |page=388}}</ref>
==নামৰ ব্যুৎপত্তি==
[[সংস্কৃত ভাষা|সংস্কৃত]]ত ইন্দ্ৰজিৎ (इन्द्रजित्) শব্দৰ অৰ্থ হৈছে "যিজনে ইন্দ্ৰক জয় কৰিছে"। মেঘনাদৰ অৰ্থ (मेघनाद) "মেঘৰ গৰ্জন বা আকাশৰ অধিপতি"। ইয়াৰে তামিল ৰূপ হৈছে ''মেঘনাথন''<ref>Kamba Rāmāyanam: an English prose rendering (1996), p. 20.</ref> (மேகநாதன்) আৰু ইয়াৰ অৰ্থ "মেঘৰ অধিপতি"। দেৱৰাজ [[ইন্দ্ৰ]]ক যুদ্ধত পৰাজিত কৰাৰ পিছত তেওঁ ইন্দ্ৰজিৎ নামেৰে জনাজাত হয়।<ref name="sacred-texts.com">http://www.sacred-texts.com/hin/rama/</ref> ইন্দ্ৰজিতক চক্ৰজিৎ, ৰাৱণী, বাসৱজিৎ, বাৰিদনাদ আৰু ঘননাদ নামেৰেও জনা যায়।
 
==প্ৰাৰম্ভিক জীৱন==
==ব্ৰহ্মাৰ বৰদান==
"https://as.wikipedia.org/wiki/ইন্দ্ৰজিৎ"ৰ পৰা অনা হৈছে