বলোৰাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
12 নং শাৰী:
বৎসলা (কন্যা)
| dynasty = যাদৱ – চন্দ্ৰবংশী
| affiliation = [[শেষ নাগশেষনাগ]]ৰ অৱতাৰ
| festivals = বলোৰাম জয়ন্তী; [[ৰথ যাত্ৰা]]
}}
18 নং শাৰী:
'''বলোৰাম''' এগৰাকী হিন্দু ভগৱান বা দেৱতা তথা কৃষ্ণৰ ককায়েক। তেওঁ বিশেষভাৱে জগন্নাথ পৰম্পৰাৰে জড়িত এগৰাকী দেৱতা।<ref name="Lochtefeld2002p82">{{cite book|author=James G. Lochtefeld|title=The Illustrated Encyclopedia of Hinduism: A-M|url=https://books.google.com/books?id=5kl0DYIjUPgC |year=2002|publisher=The Rosen Publishing Group|isbn=978-0-8239-3179-8|pages=82–84, 269}}</ref> তেওঁক ''বলোদেৱ'', ''বলোভদ্ৰ'', ''হলধৰ'', ''হলযোদ্ধা'' আৰু ''সংকৰ্ষণ'' নামেৰেও জনা যায়। ইয়াৰ প্ৰথম দুটা নাম শক্তি আৰু পিছৰ দুটা নাম খেতিৰ সৈতে জড়িত।<ref>{{cite book|author=Jan Gonda|author-link=Jan Gonda|title=Aspects of Early Viṣṇuism|url=https://books.google.com/books?id=b8urRsuUJ9oC |year=1969|publisher=Motilal Banarsidass |isbn=978-81-208-1087-7|pages=100, 152–153}}</ref>কৃষি আৰু কৃষকসকলৰ দেৱতা স্বৰূপে তেওঁ প্ৰয়োজনত খেতিৰ সঁজুলিকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ বাৰ্তা দিয়ে। .<ref name="Lochtefeld2002p82"/><ref>{{cite book|author=Lavanya Vemsani|title=Hindu and Mythology of Balarāma |url=https://books.google.com/books?id=RXnXAAAAMAAJ |year=2006|publisher=Edwin Mellen Press|isbn=978-0-7734-5723-2|pages=30–31, 52–59, 68–69 with footnotes}}</ref>
 
বলৰামক বিষ্ণু দেৱতাৰ সৈতে সম্পৰ্কিত [[শেষ নাগশেষনাগ]]ৰ অৱতাৰ বুলি বৰ্ণনা কৰা হয়; কৃষ্ণক বিষ্ণুৰ অৱতাৰ হিচাপে গণ্য কৰা হয়। কোনো কোনো অঞ্চলত বলোৰামক বিষ্ণুৰ দশ অৱতাৰৰ এটা বুলি গণ্য কৰে।<ref>{{Cite web|url=https://www.britannica.com/topic/Balarama|title=Balarama &#124; Hindu mythology|website=Encyclopedia Britannica}}</ref><ref name="Lochtefeld2002p82"/>
 
 
"https://as.wikipedia.org/wiki/বলোৰাম"ৰ পৰা অনা হৈছে