লক্ষ্মণ ৰেখা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Nayan j Nath (আলোচনা | বৰঙণি) নতুন পৃষ্ঠা: thumb| ব্ৰাহ্মণৰ বেশেৰে ভিক্ষা খুজি লঙ্কাৰ ৰাজা [[ৰাবণৰ সীতাৰ ওচৰলৈ অভিগমন]] '''লক্ষ্মণৰেখা''' (সংস্কৃত ভাষায় দেবনাগৰী লিপিতে:लक्ष्मणरेखा) হৈছে ৰাম-অন... |
Nayan j Nath (আলোচনা | বৰঙণি) No edit summary |
||
1 নং শাৰী:
[[File:Rawana approaches Sita in the garb of mendicant.jpg|thumb| ব্ৰাহ্মণৰ বেশেৰে ভিক্ষা খুজি লঙ্কাৰ ৰাজা [[ৰাবণ]]ৰ [[সীতা|সীতাৰ]] ওচৰলৈ অভিগমন]]
'''লক্ষ্মণৰেখা''' ([[সংস্কৃত ভাষা]]য় দেবনাগৰী লিপিতে:लक्ष्मणरेखा) হৈছে ৰাম-অনুজ লক্ষ্মণৰ দ্বাৰা অঙ্কিত ৰেখা। মূল বাল্মিকী ৰামায়ণৰ বাদে পৰৱৰ্তীকালত একাধিক আঞ্চলিক ভাষালৈ ৰামায়ণৰ অনুবাদ কৰা হয়। এই আঞ্চলিক ভাষাৰ ৰামায়ণ সমূহৰ কিছু সংস্কৰণত এই লক্ষ্মণৰেখাৰ উল্লেখ পোৱা যায়। [[লক্ষ্মণ]] তেওঁৰ জ্যেষ্ঠ ভ্ৰাতা আৰু ভ্ৰাতাপত্নীৰ সৈতে বৰ্তমান [[মহাৰাষ্ট্ৰ|মহাৰাষ্ট্ৰৰ]] নাছিক শহৰৰ পৰা কিছু দূৰৈৰ [[দণ্ডকাৰণ্য|দণ্ডকাৰণ্যৰ]] পঞ্চবটী অঞ্চলৰ ওচৰতে কুটিৰ নিৰ্মাণ কৰি বাস কৰিছিল। উক্ত কুটিৰটিক আগুৰি লক্ষ্মণৰ দ্বাৰা অঙ্কিত সুৰক্ষা ৰেখাটিয়েই লক্ষ্মণৰেখা নামে পৰিচিত। লক্ষ্মণে তেওঁৰ অগ্ৰজ [[ৰাম|ৰামৰ]] সন্ধানত কুটীৰৰ পৰা দূৰৱৰ্তী স্থানলৈ যোৱাৰ পূৰ্বে সীতাক সুৰক্ষিত ৰাখাৰ উদ্দেশ্যে এই ৰেখাটি তৈয়াৰ কৰিছিল। উত্তৰ ভাৰতৰ বহুল প্ৰচলিত বাল্মীকি ৰামায়ণৰ [[ৰামচৰিতমানস]] সংস্কৰণটিৰ অৰণ্যকাণ্ডত লক্ষ্মণৰেখা বা এনে ধৰণৰ কোনো কাহিনীৰ উল্লেখ পোৱা নাযায়। [[বাল্মীকি]] ৰচিত মূল ৰামায়ণটো লক্ষ্মণৰেখাৰ উল্লেখ নাই। অৱশ্যে ৰামচৰিতমানসত লঙ্কাকাণ্ডৰ ৩৫.১ নম্বৰ শ্লোকত লক্ষ্মণৰেখাৰ কথা উল্লেখ আছে। কাহিনী অনুযায়ী, [[মন্দোদৰী]]য়ে তেওঁৰ স্বামী [[
গল্প অনুসৰি, পৰ্ণকুটীৰৰ সমুখত চৰি থকা এটা স্বৰ্ণ [[হৰিণ]] দেখি সীতাৰ হৃদয় আনন্দ মুখৰ হৈ পৰে আৰু সেই হৰিণটোক ওচৰৰ পৰা চাবলৈ বুলি তেওঁ ৰামৰ ওচৰত ইচ্ছা ব্যক্ত কৰে। ৰামে হৰিণটো দেখি কিঞ্চিত বিচলিত হয় আৰু সন্দেহ প্ৰকাশ কৰি সীতাক এই ইচ্ছা ত্যাগ কৰিবলৈ কয়। তথাপি [[সীতা]]ই ৰামক অনুৰোধ কৰে যে তেওঁ সোণৰ হৰিণটো ধৰি দিব লাগে। হৰিণটো আছিল ছদ্মবেশী [[ৰাক্ষস]] [[মাৰীচ]], যি ৰাবণৰ আদেশানুসাৰে [[ৰাম]] আৰু [[লক্ষ্মণ]]ক কুটীৰৰ পৰা দূৰৱৰ্তী স্থানলৈ লৈ যোৱাৰ উদ্দেশ্যে ছদ্মবেশ ধৰিছিল। সীতাক বুজাব নোৱাৰি সোণৰ হৰিণটোৰ পিছে পিছে যোৱা ৰাম যথেষ্ট সহায়ৰ পিছতো ঘূৰি নহাত সীতা চিন্তিত হৈ পৰে আৰু লক্ষ্মণকো ৰামক বিচাৰি যোৱাৰ নিৰ্দেশ দিয়ে। কিন্তু লক্ষ্মণে সীতাৰ কথালৈ ভ্ৰূক্ষেপ নকৰিলে। পিছত মাৰীচে ৰামৰ বাণৰ আঘাত পাই ৰামৰ স্বৰ নকল কৰি চিৎকাৰ কৰে। এই চিৎকাৰ শুনি সীতাৰ দুঃখ দেখি লক্ষণে অন্বেষণৰ ইচ্ছা প্ৰকাশ কৰে। পাৰিপাৰ্শ্বিক পৰিৱেশ বিবেচনা কৰি লক্ষ্মণে সীতাসহ পৰ্ণকুটীৰৰ চাৰিও ফালে এডাল ৰেখা অঙ্কিত কৰে। ৰাম, সীতা আৰু স্বয়ং লক্ষ্মণ ব্যতীত অন্য কোনো ব্যক্তিয়ে সেই ৰেখা অতিক্ৰম কৰিব গ'লে সেই ৰেখাৰ পৰা অগ্নি নিঃসৃৃত হ'ব আৰু তেওঁক অগ্নিদগ্ধ আৰু ভষ্মীভূত কৰিব। ৰামৰ অনুসন্ধানত লক্ষ্মণ কুটীৰৰ পৰা দূৰলৈ যোৱাৰ সুযোগ লৈ [[লংকা]]ৰ [[ৰাক্ষস]] ৰজা [[ৰাৱণ]] [[ব্ৰাহ্মণ]] ভিক্ষুকৰ ছদ্মবেশে সীতাৰ ওচৰত উপস্থিত হৈ ভিক্ষা প্ৰাৰ্থনা কৰে। ৰাবণেৰ ছলনা নুবুজি ভুলক্ৰমে লক্ষণৰেখা অতিক্ৰম কৰি ৰাৱণক ভিক্ষা দিবলৈ যোৱাত ৰাৱণে সীতাক হৰণ কৰি নিজৰ [[পুষ্পক ৰথ]]ত তুলি নিজ ৰাজধানীৰ উদ্দেশ্যে ৰওনা হয়।<ref name="badalav.com">http://badalav.com/ravan-ka-pushpak-plane/</ref>
|