লক্ষ্মণ ৰেখা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Nayan j Nath (আলোচনা | বৰঙণি) No edit summary |
Nayan j Nath (আলোচনা | বৰঙণি) No edit summary |
||
1 নং শাৰী:
[[File:Rawana approaches Sita in the garb of mendicant.jpg|thumb| ব্ৰাহ্মণৰ বেশেৰে ভিক্ষা খুজি লঙ্কাৰ ৰাজা [[ৰাবণ]]ৰ [[সীতা|সীতাৰ]] ওচৰলৈ অভিগমন]]
'''
গল্প অনুসৰি, পৰ্ণকুটীৰৰ সমুখত চৰি থকা এটা স্বৰ্ণ [[হৰিণ]] দেখি সীতাৰ হৃদয় আনন্দ মুখৰ হৈ পৰে আৰু সেই হৰিণটোক ওচৰৰ পৰা চাবলৈ বুলি তেওঁ ৰামৰ ওচৰত ইচ্ছা ব্যক্ত কৰে। ৰামে হৰিণটো দেখি কিঞ্চিত বিচলিত হয় আৰু সন্দেহ প্ৰকাশ কৰি সীতাক এই ইচ্ছা ত্যাগ কৰিবলৈ কয়। তথাপি [[সীতা]]ই ৰামক অনুৰোধ কৰে যে তেওঁ সোণৰ হৰিণটো ধৰি দিব লাগে। হৰিণটো আছিল ছদ্মবেশী [[ৰাক্ষস]] [[মাৰীচ]], যি ৰাবণৰ আদেশানুসাৰে [[ৰাম]] আৰু [[লক্ষ্মণ]]ক কুটীৰৰ পৰা দূৰৱৰ্তী স্থানলৈ লৈ যোৱাৰ উদ্দেশ্যে ছদ্মবেশ ধৰিছিল। সীতাক বুজাব নোৱাৰি সোণৰ হৰিণটোৰ পিছে পিছে যোৱা ৰাম বহুসময়ৰ পিছতো ঘূৰি নহাত সীতা চিন্তিত হৈ পৰে আৰু লক্ষ্মণকো ৰামক বিচাৰি যোৱাৰ নিৰ্দেশ দিয়ে। কিন্তু লক্ষ্মণে সীতাৰ কথালৈ ভ্ৰূক্ষেপ নকৰিলে। পিছত মাৰীচে ৰামৰ বাণৰ আঘাত পাই ৰামৰ স্বৰ নকল কৰি চিৎকাৰ কৰে। এই চিৎকাৰ শুনি সীতাৰ দুঃখ দেখি লক্ষণে অন্বেষণৰ ইচ্ছা প্ৰকাশ কৰে। পাৰিপাৰ্শ্বিক পৰিৱেশ বিবেচনা কৰি লক্ষ্মণে সীতাসহ পৰ্ণকুটীৰৰ চাৰিও ফালে এডাল ৰেখা ৰেখা অংকন কৰে, যি ৰেখা ৰাম, সীতা, আৰু স্বয়ং লক্ষ্মণ ব্যতীত অন্য কোনো ব্যক্তিয়ে অতিক্ৰম কৰিব গ'লে সেই ৰেখাৰ পৰা অগ্নি নিঃসৃৃত হ'ব আৰু তেওঁক অগ্নিদগ্ধ আৰু ভষ্মীভূত কৰিব। ৰামৰ অনুসন্ধানত লক্ষ্মণ কুটীৰৰ পৰা দূৰলৈ যোৱাৰ সুযোগ লৈ [[লংকা]]ৰ [[ৰাক্ষস]] ৰজা [[ৰাৱণ]] [[ব্ৰাহ্মণ]] ভিক্ষুকৰ ছদ্মবেশেৰে সীতাৰ ওচৰত উপস্থিত হৈ ভিক্ষা প্ৰাৰ্থনা কৰে। ৰাৱণৰ ছলনা নুবুজি ভুলক্ৰমে লক্ষণৰেখা অতিক্ৰম কৰি ৰাৱণক ভিক্ষা দিবলৈ যোৱাত ৰাৱণে সীতাক হৰণ কৰি নিজৰ [[পুষ্পক ৰথ]]ত তুলি নিজ ৰাজধানীৰ উদ্দেশ্যে ৰওনা হয়।<ref name="badalav.com">http://badalav.com/ravan-ka-pushpak-plane/</ref>
|