ত্ৰিশিৰা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Nayan j Nath (আলোচনা | বৰঙণি) নতুন পৃষ্ঠা: {{Infobox deity | image = Battle at Lanka, Ramayana, Udaipur, 1649-53.jpg | alt = ত্ৰিশিৰা | caption = চাহিবদীনৰ দ্বাৰা অংকিত লংকা যুদ্ধত ত্ৰিশিৰা। এই যুদ্ধত হনুমানে ত্ৰিশিৰাৰ শিৰশ্ছেদ কৰে]] | father = ৰাৱণ | mother = ধন্যমালিনী | siblings = ইন্দ্ৰ... |
Nayan j Nath (আলোচনা | বৰঙণি) No edit summary |
||
9 নং শাৰী:
}}
'''ত্ৰিশিৰা''' ({{Lang-sa|: त्रिशिर যাৰ তিনিটা মূৰ আছে}}) এজন দৈত্য (ৰাক্ষস) আছিল, আৰু তেওঁৰ প্ৰসংগ [[ৰামায়ণ]]ত উল্লেখ পোৱা যায়। তেওঁ [[ৰাৱণ]]ৰ ছয়জন পুত্ৰৰ ভিতৰত এজন আছিল। তেওঁৰ আন ভাতৃসকল আছিল [[ইন্দ্ৰজিৎ|মেঘনাদ]] অতিকায়, অক্ষয়কুমাৰ, নৰান্তক আৰু দেৱান্তক।<ref>{{Cite book|last=Mittal|first=J. P.|url=https://books.google.com/books?id=b7gOBW8oDFgC&q=Trishara&pg=PA200|title=History Of Ancient India (a New Version) : From 7300 Bb To 4250 Bc|date=2006|publisher=Atlantic Publishers & Dist|isbn=978-81-269-0615-4|language=en}}</ref>
== ৰামায়ণত ত্ৰিশিৰা ==
ৰামায়ণত বৰ্ণনা কৰা অনুসৰি তেওঁ [[হনুমান]]ৰ সৈতে যুদ্ধত লিপ্ত হৈছিল আৰু কেইবাপাতো তীৰেৰে হনুমানক আঘাত কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰ দি হনুমানে তেওঁক কৈছিল যে এই কাড়বোৰ আঘাত তেওঁৰ শৰীৰত ফুল ৰখাৰ দৰে হোৱা অনুভৱৰ বাদে আন একো নহয়। ইয়াৰ পিছত, দুয়োৰে মাজত আৰম্ভ হোৱা দ্বৈত্য যুদ্ধত হনুমানে ত্ৰিশিৰাক হত্যা কৰে। <ref>{{Cite web|title=BOOK VI: Canto LXX.: The Death of Tris'iras.|url=https://www.sacred-texts.com/hin/rama/ry466.htm|website=www.sacred-texts.com|access-date=2020-05-13}}</ref>
== তথ্যউৎস ==
|