আলফ্ৰেড ন'বেল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{biography stubrefimprove}}
 
{{Infobox person
|birth_name=আলফ্ৰেড বাৰ্ণাড ন'বেল
| name = আলফ্ৰেড ন'বেল
| image = AlfredNobel2.jpg
| birth_date = {{birth date|df=yes|1833|10|21}}
| birth_place = [[ষ্ট'কহ'ম]], [[চুইডেন]]
Line 15 ⟶ 14:
| signature = Alfred Nobel Signature.svg
}}
'''আলফ্ৰেড বাৰ্ণাড ন'বেল''' ({{IPALang-sven|ˈɑlfredAlfred noˈbɛl}}Bernhard {{audio|sv-Alfred_Nobel.ogg|listenNobel}}; ২১ অক্টোবৰ ১৮৩৩ – ১০ ডিচেম্বৰ ১৮৯৬) এজন [[চুইডেন|চুইডিছ]] ৰসায়নবিদ, অভিযন্তা, উদ্ভাৱক আৰু অস্ত্ৰ উৎপাদনকাৰী আছিল। তেখেত [[ডিনামাইট]]ৰ উদ্ভাৱন কৰিছিল। ন'বেলে [[ব'ফ'ৰ্ছ]] নামৰ লো আৰু তীখা কাৰখানটো কিনি লৈ তাক টোপ আৰু আন অস্ত্ৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰিছিল। ন'বেলে প্ৰায় ৩৫৫ বিধ সামগ্ৰীৰ পেটেণ্ট লাভ কৰিছিল, সেইবোৰৰ ভিতৰত ডিনামাইট আছিল সকলোতকৈ বিখ্যাত। তেখেতে নিজৰ সম্পত্তিখিনি [[ন'বেল বঁটা]] প্ৰতিষ্ঠাৰ হকে দান কৰি যায়। সাংশ্লেষিক মৌল [[ন'বেলিয়াম]]ক তেখেতৰ নামেৰে নামাকৰণনামকৰণ কৰা হৈছিল। তেখেতৰ নাম আধুনিক কোম্পানী "ডাইনামাইট ন'বেল" আৰু "এজ্‌ক' ন'বেল" আদিত ব্যৱহৃত হয়। সেইকেইটা কোম্পানী ন'বেলে নিজেই প্ৰতিষ্ঠা কৰা কোম্পানীৰেই অন্য ৰূপ।
 
'''আলফ্ৰেড বাৰ্ণাড ন'বেল''' ({{IPA-sv|ˈɑlfred noˈbɛl}} {{audio|sv-Alfred_Nobel.ogg|listen}}; ২১ অক্টোবৰ ১৮৩৩ – ১০ ডিচেম্বৰ ১৮৯৬) এজন [[চুইডেন|চুইডিছ]] ৰসায়নবিদ, অভিযন্তা, উদ্ভাৱক আৰু অস্ত্ৰ উৎপাদনকাৰী আছিল। তেখেত [[ডিনামাইট]]ৰ উদ্ভাৱন কৰিছিল। ন'বেলে [[ব'ফ'ৰ্ছ]] নামৰ লো আৰু তীখা কাৰখানটো কিনি লৈ তাক টোপ আৰু আন অস্ত্ৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰিছিল। ন'বেলে প্ৰায় ৩৫৫ বিধ সামগ্ৰীৰ পেটেণ্ট লাভ কৰিছিল, সেইবোৰৰ ভিতৰত ডিনামাইট আছিল সকলোতকৈ বিখ্যাত। তেখেতে নিজৰ সম্পত্তিখিনি [[ন'বেল বঁটা]] প্ৰতিষ্ঠাৰ হকে দান কৰি যায়। সাংশ্লেষিক মৌল [[ন'বেলিয়াম]]ক তেখেতৰ নামেৰে নামাকৰণ কৰা হৈছিল। তেখেতৰ নাম আধুনিক কোম্পানী "ডাইনামাইট ন'বেল" আৰু "এজ্‌ক' ন'বেল" আদিত ব্যৱহৃত হয়। সেইকেইটা কোম্পানী ন'বেলে নিজেই প্ৰতিষ্ঠা কৰা কোম্পানীৰেই অন্য ৰূপ।
 
==জন্ম==
'''আলফ্ৰেড বাৰ্ণাড ন'বেল'''ৰবেলৰ জন্ম হৈছিল ১৮৩৩ চনৰ ২১ অক্টোবৰত ষ্টকহমতষ্টকহমত। ৷পিতৃৰপিতৃৰ নাম আছিল ইমানুৱেল নোবেলন'বেল আৰু মাতৃৰ নাম আছিল কেৰ'লিনা এণ্ড্ৰিয়েটা আলছেলআলছেল। ৷ইমানুৱেল নোবেলইমানুৱেল ন'বেল ষ্টকহমৰ ৰয়েল ইনষ্টিটিউট অব্ টেকন'লজিৰ ছাত্ৰ আৰু পিছত এগৰাকী ইঞ্জিনীয়াৰ হৈছিল ৷হৈছিল।
 
'''আলফ্ৰেড বাৰ্ণাড ন'বেল'''ৰ জন্ম হৈছিল ১৮৩৩ চনৰ ২১ অক্টোবৰত ষ্টকহমত ৷পিতৃৰ নাম আছিল ইমানুৱেল নোবেল আৰু মাতৃৰ নাম আছিল কেৰ'লিনা এণ্ড্ৰিয়েটা আলছেল ৷ইমানুৱেল নোবেল ষ্টকহমৰ ৰয়েল ইনষ্টিটিউট অব্ টেকন'লজিৰ ছাত্ৰ আৰু পিছত এগৰাকী ইঞ্জিনীয়াৰ হৈছিল ৷
 
==শিক্ষা==
ন'বেলৰ পিতৃ ইমানুৱেল নোবেলেন'বেলে জীৱিকাৰ আশাত [[ষ্টকহম]] এৰি [[ৰাছিয়া]]লৈ আহে আৰু যুদ্ধৰ সা-সঁজুলি আৰু [[ছাবমেৰিণ]]ৰ কাৰখানা স্থাপন কৰেকৰে। ৷কিন্তুকিন্তু ব্যৱসায় লাভজনক নোহোৱাত দ্বিতীয় পুত্ৰ লুইগৰ হাতত ব্যৱসায় গতাই দি ছেইণ্ট পিটাৰ্ছবাগলৈ আহেআহে। ৷ইয়াতইয়াত তেওঁৰ ব্যৱসায়ৰ উন্নতি হয় আৰু যুদ্ধৰ সা-সঁজুলি আৰু বিস্ফোৰক পদাৰ্থৰ নিৰ্মাণকাৰী হিচাপে পৰিচয় লাভ কৰেকৰে। ৷ইয়াৰইয়াৰ পিছত আলফ্ৰেড ন'বেলক ব্যক্তিগত শিক্ষকৰ ওচৰত ৰসায়ন বিজ্ঞান আৰু ভাষাজ্ঞান শিক্ষাৰ ব্যৱস্থা কৰি দিয়া হয়হয়। ৷তেওঁতেওঁ কম দিনৰ ভিতৰতে ৰসায়ন বিজ্ঞানৰ বহু কথা শিকিছিল লগতে [[ইংৰাজী ভাষা|ইংৰাজী]], [[ফৰাচী ভাষা|ফৰাচী]], [[জাৰ্মান ভাষা|জাৰ্মান]] আৰু [[ৰাছিয়ানৰুছ ভাষা|ৰুছ]] ভাষা সুন্দৰকৈ কব পৰা হৈছিল ৷হৈছিল।
 
ন'বেলৰ পিতৃ ইমানুৱেল নোবেলে জীৱিকাৰ আশাত [[ষ্টকহম]] এৰি [[ৰাছিয়া]]লৈ আহে আৰু যুদ্ধৰ সা-সঁজুলি আৰু [[ছাবমেৰিণ]]ৰ কাৰখানা স্থাপন কৰে ৷কিন্তু ব্যৱসায় লাভজনক নোহোৱাত দ্বিতীয় পুত্ৰ লুইগৰ হাতত ব্যৱসায় গতাই দি ছেইণ্ট পিটাৰ্ছবাগলৈ আহে ৷ইয়াত তেওঁৰ ব্যৱসায়ৰ উন্নতি হয় আৰু যুদ্ধৰ সা-সঁজুলি আৰু বিস্ফোৰক পদাৰ্থৰ নিৰ্মাণকাৰী হিচাপে পৰিচয় লাভ কৰে ৷ইয়াৰ পিছত আলফ্ৰেড ন'বেলক ব্যক্তিগত শিক্ষকৰ ওচৰত ৰসায়ন বিজ্ঞান আৰু ভাষাজ্ঞান শিক্ষাৰ ব্যৱস্থা কৰি দিয়া হয় ৷তেওঁ কম দিনৰ ভিতৰতে ৰসায়ন বিজ্ঞানৰ বহু কথা শিকিছিল লগতে [[ইংৰাজী]],[[ফৰাচী]],[[জাৰ্মান]] আৰু [[ৰাছিয়ান]] ভাষা সুন্দৰকৈ কব পৰা হৈছিল ৷
 
==কৰ্মজীৱন==
তেওঁ [[পেৰিছ]]ৰ বিখ্যাত ৰসায়নবিদ অধ্যাপক টি জে পেল'জৰ ব্যক্তিগত পৰীক্ষাগাৰত কাম কৰিবলৈ লয়লয়। ৷তাতেইতাতেই তেওঁ [[ইটালী]]ৰ ৰসায়নবিদ [[আছানিঅ' ছ'ব্ৰেৰ']]ক লগ পায় যিয়ে বিস্ফোৰক পদাৰ্থ [[নাইট্ৰ'গ্লিচাৰিণ]] আৱিষ্কাৰ কৰিছিলকৰিছিল। ৷এইএই পৰীক্ষাগাৰত বিভিন্ন কৰ্ম প্ৰক্ৰিয়া শিকি আলফ্ৰেড আমেৰিকালৈ যায়যায়। ৷আৰু তাতেআৰু জনতাতেজন এৰিকছন নামৰ এজন বিজ্ঞানীৰ লগত কাম কৰিবলৈ লয়লয়। ৷এইদৰেএইদৰে বিভিন্ন অভিজ্ঞতা লৈ আলফ্ৰেড দেউতাকৰ ওচৰলৈ ঘূৰি আহেআহে। ৷কিন্তুকিন্তু ব্যৱসায়ত লোকচানৰ সন্মুখীন হোৱাত তেওঁ দেউতাকে পুত্ৰ আলফ্ৰেড আৰু এমিলক লৈ আকৌ ষ্টকহমলৈ গুচি আহে ৷আহে।
 
ষ্টকহমৰ ওচৰতে থকা হলেনবাৰ্গত দেউতাকৰ সহায়ত বিজ্ঞানাগাৰ সাজি ভায়েক এমিলৰ লগত বিস্ফোৰক তৰল পদাৰ্থ নাইট্ৰ'গ্লিচাৰিণৰ বিষয়ে পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰেকৰে। ৷তেওঁতেওঁ লক্ষ্য কৰে যে আৰু ছিলিকাৰ মিশ্ৰণে এটা আঠাৰ সৃষ্টি কৰে আৰু পিছত এই আঠাই লোৰ আকাৰ লয়, যিটোৰে মাটিত গাঁত কৰিবলৈ সহজ হয়হয়। ৷কিন্তুকিন্তু দুৰ্ভাগ্যজনকভাৱে কামত আগ বঢ়াৰ এবছৰ পাছতেই নাইট্ৰ'গ্লিচাৰিণৰ বিস্ফোৰণ ঘটি ভায়েক এমিলৰ সৈতে চাৰিজন শ্ৰমিকৰ মৃত্যু হয়, লগতে গোটেই কাৰখানাটো বিধ্বস্ত হৈ যায়যায়। [[ছুইডেন]]ৰ চৰকাৰে কাৰখানাটো বন্ধ কৰি দিয়াৰ উপৰিও ওচৰে পাজৰে তেনেধৰণৰ আন কাৰখানা নিৰ্মাণত নিষেধাজ্ঞা জাৰি কৰেকৰে। ৷আলফ্ৰেডআলফ্ৰেড হতাশ হ’ল যদিও কম দিনৰ ভিতৰতে মালাৰেন হ্ৰদৰ দাঁতিত পৰীক্ষা আৰম্ভ কৰিলে ৷কৰিলে। ১৮৭২ চনত তেখেতৰ পিতৃ ষ্ট্ৰকত আক্ৰান্ত হৈ মৃত্যু হয়হয়। ৷ইমানইমান দুখৰ মাজতো ভাগি নপৰি তেওঁ বিপদমুক্ত বিস্ফোৰক নিৰ্মাণত মনোনিৱেশ কৰেকৰে। ৷আৰুআৰু অক্লান্ত পৰিশ্ৰমৰ অন্তত ডিনামাইট আৰু ডিটনেটৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়হয়। ৷যাৰযাৰ বাবে তেওঁ জাৰ্মান চৰকাৰৰ পৰা অনুজ্ঞাপত্ৰও লাভ কৰিলেকৰিলে। ৷এইএই আৱিষ্কাৰে শিল ভাঙিবলৈ,সুৰংগৰ সৃষ্টি কৰিবলৈ সহজ কৰি দিলেদিলে। ৷আলফ্ৰেডআলফ্ৰেড ন’বেলেন'বেলে বিশ্বৰ কুৰিখন দেশৰ প্ৰায় নব্বৈটা অঞ্চলত কাৰখানা আৰু বিজ্ঞানাগাৰ স্থাপন কৰেকৰে। ৷তেওঁতেওঁ হৈ পৰিল এজন সফল আৱিষ্কাৰক আৰু ব্যৱসায়ী ৷ব্যৱসায়ী।
তেওঁ [[পেৰিছ]]ৰ বিখ্যাত ৰসায়নবিদ অধ্যাপক টি জে পেল'জৰ ব্যক্তিগত পৰীক্ষাগাৰত কাম কৰিবলৈ লয় ৷তাতেই তেওঁ [[ইটালী]]ৰ ৰসায়নবিদ [[আছানিঅ' ছ'ব্ৰেৰ']]ক লগ পায় যিয়ে বিস্ফোৰক পদাৰ্থ [[নাইট্ৰ'গ্লিচাৰিণ]] আৱিষ্কাৰ কৰিছিল ৷এই পৰীক্ষাগাৰত বিভিন্ন কৰ্ম প্ৰক্ৰিয়া শিকি আলফ্ৰেড আমেৰিকালৈ যায় ৷আৰু তাতে জন এৰিকছন নামৰ এজন বিজ্ঞানীৰ লগত কাম কৰিবলৈ লয় ৷এইদৰে বিভিন্ন অভিজ্ঞতা লৈ আলফ্ৰেড দেউতাকৰ ওচৰলৈ ঘূৰি আহে ৷কিন্তু ব্যৱসায়ত লোকচানৰ সন্মুখীন হোৱাত তেওঁ দেউতাকে পুত্ৰ আলফ্ৰেড আৰু এমিলক লৈ আকৌ ষ্টকহমলৈ গুচি আহে ৷
 
বিস্ফোৰকৰ বাহিৰেও ন’বেলৰন'বেলৰ আন আৱিষ্কাৰসমূহ আছিল ছিন্থেটিক ৰবৰ আৰু চামৰা,কৃত্ৰিম ছিল্ক,কৃত্ৰিম গাট্টা,পাৰ্চা,কোমল তীখাৰ পৰা নিৰ্মিত আত্মৰক্ষা ঢাল ইত্যাদিইত্যাদি। ৷মৃত্যুৰমৃত্যুৰ আগমূহুৰ্তলৈকেআগমুহূৰ্তলৈকে তেওঁৰ ৩৫৫ টা৩৫৫টা পেটেণ্ট আছিল ৷আছিল।<ref>সম্ভাৰ, [[অসমীয়া প্ৰতিদিন]], ২৩ আগষ্ট, ২০১৫,ড° ড॰ পবিত্ৰ কুমাৰ পাটোৱাৰী</ref>
ষ্টকহমৰ ওচৰতে থকা হলেনবাৰ্গত দেউতাকৰ সহায়ত বিজ্ঞানাগাৰ সাজি ভায়েক এমিলৰ লগত বিস্ফোৰক তৰল পদাৰ্থ নাইট্ৰ'গ্লিচাৰিণৰ বিষয়ে পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰে ৷তেওঁ লক্ষ্য কৰে যে আৰু ছিলিকাৰ মিশ্ৰণে এটা আঠাৰ সৃষ্টি কৰে আৰু পিছত এই আঠাই লোৰ আকাৰ লয়, যিটোৰে মাটিত গাঁত কৰিবলৈ সহজ হয় ৷কিন্তু দুৰ্ভাগ্যজনকভাৱে কামত আগ বঢ়াৰ এবছৰ পাছতেই নাইট্ৰ'গ্লিচাৰিণৰ বিস্ফোৰণ ঘটি ভায়েক এমিলৰ সৈতে চাৰিজন শ্ৰমিকৰ মৃত্যু হয়, লগতে গোটেই কাৰখানাটো বিধ্বস্ত হৈ যায় ৷[[ছুইডেন]]ৰ চৰকাৰে কাৰখানাটো বন্ধ কৰি দিয়াৰ উপৰিও ওচৰে পাজৰে তেনেধৰণৰ আন কাৰখানা নিৰ্মাণত নিষেধাজ্ঞা জাৰি কৰে ৷আলফ্ৰেড হতাশ হ’ল যদিও কম দিনৰ ভিতৰতে মালাৰেন হ্ৰদৰ দাঁতিত পৰীক্ষা আৰম্ভ কৰিলে ৷ ১৮৭২ চনত তেখেতৰ পিতৃ ষ্ট্ৰকত আক্ৰান্ত হৈ মৃত্যু হয় ৷ইমান দুখৰ মাজতো ভাগি নপৰি তেওঁ বিপদমুক্ত বিস্ফোৰক নিৰ্মাণত মনোনিৱেশ কৰে ৷আৰু অক্লান্ত পৰিশ্ৰমৰ অন্তত ডিনামাইট আৰু ডিটনেটৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হয় ৷যাৰ বাবে তেওঁ জাৰ্মান চৰকাৰৰ পৰা অনুজ্ঞাপত্ৰও লাভ কৰিলে ৷এই আৱিষ্কাৰে শিল ভাঙিবলৈ,সুৰংগৰ সৃষ্টি কৰিবলৈ সহজ কৰি দিলে ৷আলফ্ৰেড ন’বেলে বিশ্বৰ কুৰিখন দেশৰ প্ৰায় নব্বৈটা অঞ্চলত কাৰখানা আৰু বিজ্ঞানাগাৰ স্থাপন কৰে ৷তেওঁ হৈ পৰিল এজন সফল আৱিষ্কাৰক আৰু ব্যৱসায়ী ৷
 
==ন’বেলন'বেল বঁটা==
বিস্ফোৰকৰ বাহিৰেও ন’বেলৰ আন আৱিষ্কাৰসমূহ আছিল ছিন্থেটিক ৰবৰ আৰু চামৰা,কৃত্ৰিম ছিল্ক,কৃত্ৰিম গাট্টা,পাৰ্চা,কোমল তীখাৰ পৰা নিৰ্মিত আত্মৰক্ষা ঢাল ইত্যাদি ৷মৃত্যুৰ আগমূহুৰ্তলৈকে তেওঁৰ ৩৫৫ টা পেটেণ্ট আছিল ৷<ref>সম্ভাৰ,অসমীয়া প্ৰতিদিন,২৩ আগষ্ট,২০১৫,ড° পবিত্ৰ কুমাৰ পাটোৱাৰী</ref>
{{main|ন'বেল বঁটা}}
১৮৯৫ চনৰ ২৭ নৱেম্বৰ তাৰিখে আলফ্ৰেড ন'বেলে পেৰিছৰ ছুইডিছ-নৰৱেন ক্লাৱত তেওঁৰ ইচ্ছাপত্ৰ লিখি চহী কৰেকৰে। ৷তাততাত কোৱা হৈছিল যে তেওঁৰ জমা ধনৰাশিৰে এটা ফাণ্ড খুলিব লাগিবলাগিব। ৷আৰুআৰু তাৰ পৰা আহৰণ কৰা সুদৰ ধনেৰে পূৰ্বৰ বৰ্ষত মানৱ জাতিৰ কল্যাণৰ বাবে কৰা কৰ্মৰ বাবে বঁটা ঘোষণা কৰা হ’বহ’ব। ৷এইএই ধন পাঁচটা সমান অংশত ভাগ হ’বহ’ব। ৷এইএই অংশকেইটা [[পদাৰ্থ বিজ্ঞান]], [[ৰসায়ন বিজ্ঞান]], [[চিকিৎসা বিজ্ঞান]], সাহিত্য আৰু বিশ্বশান্তিৰ ক্ষেত্ৰত সফল অৱদান আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰা হ’ব৷পদাৰ্থহ’ব। পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ বঁটাসমূহ প্ৰদান কৰিব ষ্টকহমত থকা ছুইডিছ একাডেমী অব্ ছায়েন্স, চিকিৎসা বিজ্ঞানৰ বঁটাসমূহ প্ৰদান কৰিব ষ্টকহমত থকা কেৰ’লিনস্কা ইনষ্টিটিউটে সাহিত্যৰ বঁটাসমূহ প্ৰদান কৰিব ষ্টকহমত থকা একাডেমীয়ে আৰু বিশ্বশান্তিৰ বঁটাসমূহ প্ৰদান কৰিব নৰৱেন ষ্টাৰটিঙে গঠন কৰা পাঁচজনীয়া কমিটিয়েকমিটিয়ে। ৷বঁটাপ্ৰাপ্তবঁটাপ্ৰাপ্ত গৰাকী বিশ্বৰ যিকোনো ৰাষ্ট্ৰৰ হ’ব পাৰে ৷পাৰে।
 
আলফ্ৰেড ন'বেলে বঁটা বাছনি কমিটিও গঠন কৰি দিছিলদিছিল। ৷এইএই কমিটিত তেওঁ বন্ধু ৰাগনৰ ছলমানক এক্সিকিউটৰ আৰু ট্ৰাষ্টি হিচাপে আৰু ভতিজাক ইমানুল ন’বেলকন'বেলক সহায়কাৰী হিচাপে মনোনীত কৰিছিলকৰিছিল। ৷ন’বেলৰন'বেলৰ মৃত্যুৰ পাছত বাছনি কমিটিয়ে বঁটাৰ নাম ন’বেলন'বেল বঁটা বুলি ঘোষণা কৰেকৰে। ৷১৯০১১৯০১ চনৰ ১০ ডিচেম্বৰত ন’বেলৰন'বেলৰ পঞ্চম মৃত্যুবাৰ্ষিকী তিথিত প্ৰথম ন’বেলন'বেল বটা ঘোষণা কৰা হয়হয়। ৷আৰুআৰু তেতিয়াৰ পৰা এই বঁটা দি অহা হৈছে ৷হৈছে।
==ন’বেল বঁটা==
 
১৮৯৫ চনৰ ২৭ নৱেম্বৰ তাৰিখে আলফ্ৰেড ন'বেলে পেৰিছৰ ছুইডিছ-নৰৱেন ক্লাৱত তেওঁৰ ইচ্ছাপত্ৰ লিখি চহী কৰে ৷তাত কোৱা হৈছিল যে তেওঁৰ জমা ধনৰাশিৰে এটা ফাণ্ড খুলিব লাগিব ৷আৰু তাৰ পৰা আহৰণ কৰা সুদৰ ধনেৰে পূৰ্বৰ বৰ্ষত মানৱ জাতিৰ কল্যাণৰ বাবে কৰা কৰ্মৰ বাবে বঁটা ঘোষণা কৰা হ’ব ৷এই ধন পাঁচটা সমান অংশত ভাগ হ’ব ৷এই অংশকেইটা [[পদাৰ্থ বিজ্ঞান]],[[ৰসায়ন বিজ্ঞান]], [[চিকিৎসা বিজ্ঞান]],সাহিত্য আৰু বিশ্বশান্তিৰ ক্ষেত্ৰত সফল অৱদান আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰা হ’ব৷পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ বঁটাসমূহ প্ৰদান কৰিব ষ্টকহমত থকা ছুইডিছ একাডেমী অব্ ছায়েন্স, চিকিৎসা বিজ্ঞানৰ বঁটাসমূহ প্ৰদান কৰিব ষ্টকহমত থকা কেৰ’লিনস্কা ইনষ্টিটিউটে সাহিত্যৰ বঁটাসমূহ প্ৰদান কৰিব ষ্টকহমত থকা একাডেমীয়ে আৰু বিশ্বশান্তিৰ বঁটাসমূহ প্ৰদান কৰিব নৰৱেন ষ্টাৰটিঙে গঠন কৰা পাঁচজনীয়া কমিটিয়ে ৷বঁটাপ্ৰাপ্ত গৰাকী বিশ্বৰ যিকোনো ৰাষ্ট্ৰৰ হ’ব পাৰে ৷
 
আলফ্ৰেড ন'বেলে বঁটা বাছনি কমিটিও গঠন কৰি দিছিল ৷এই কমিটিত তেওঁ বন্ধু ৰাগনৰ ছলমানক এক্সিকিউটৰ আৰু ট্ৰাষ্টি হিচাপে আৰু ভতিজাক ইমানুল ন’বেলক সহায়কাৰী হিচাপে মনোনীত কৰিছিল ৷ন’বেলৰ মৃত্যুৰ পাছত বাছনি কমিটিয়ে বঁটাৰ নাম ন’বেল বঁটা বুলি ঘোষণা কৰে ৷১৯০১ চনৰ ১০ ডিচেম্বৰত ন’বেলৰ পঞ্চম মৃত্যুবাৰ্ষিকী তিথিত প্ৰথম ন’বেল বটা ঘোষণা কৰা হয় ৷আৰু তেতিয়াৰ পৰা এই বঁটা দি অহা হৈছে ৷
 
==সাংসাৰিক জীৱন==
আলফ্ৰেড ন'বেলে অকলশৰীয়া জীৱন যাপন কৰিছিল অৰ্থাৎ তেওঁ আছিল অবিবাহিতঅবিবাহিত। ৷১৮৭৬১৮৭৬ চনত ভিয়েনাৰ এখন বাতৰি কাকতত ন'বেলে এটা বিজ্ঞাপন প্ৰকাশ কৰিলে যে তেওঁক এগৰাকী মহিলা সংগী লাগেলাগে। ৷ইয়াৰইয়াৰ কিছুদিন পিছত বাৰ্থা কিনস্কাই নামৰ যুৱতী এগৰাকী ন'বেলৰ ওচৰলৈ আহিলআহিল। ৷তেওঁতেওঁ নিজৰ আগৰ নাম সলাই বাৰ্থা ভন ছাটনাৰ ৰাখিলেৰাখিলে। ৷তেওঁতেওঁ ন'বেলৰ সান্নিধ্যলৈ আহিল যদিও দুয়োৰে মাজত বন্ধুত্বহে হ’লহ’ল। ৷মৃত্যুপৰ্যন্তমৃত্যুপৰ্যন্ত বাৰ্থা ন'বেলৰ বিশ্বস্ত বন্ধু হৈ থাকিল ৷থাকিল।
 
আলফ্ৰেড ন'বেলে অকলশৰীয়া জীৱন যাপন কৰিছিল অৰ্থাৎ তেওঁ আছিল অবিবাহিত ৷১৮৭৬ চনত ভিয়েনাৰ এখন বাতৰি কাকতত ন'বেলে এটা বিজ্ঞাপন প্ৰকাশ কৰিলে যে তেওঁক এগৰাকী মহিলা সংগী লাগে ৷ইয়াৰ কিছুদিন পিছত বাৰ্থা কিনস্কাই নামৰ যুৱতী এগৰাকী ন'বেলৰ ওচৰলৈ আহিল ৷তেওঁ নিজৰ আগৰ নাম সলাই বাৰ্থা ভন ছাটনাৰ ৰাখিলে ৷তেওঁ ন'বেলৰ সান্নিধ্যলৈ আহিল যদিও দুয়োৰে মাজত বন্ধুত্বহে হ’ল ৷মৃত্যুপৰ্যন্ত বাৰ্থা ন'বেলৰ বিশ্বস্ত বন্ধু হৈ থাকিল ৷
 
 
==মৃত্যু==
১৮৯৬ চনৰ ১০ ডিচেম্বৰত ইটালীৰ ছানৰেম’স্থিত নিজা বাসগৃহত আলফ্ৰেড ন'বেলৰ ৬২ বছৰ বয়সত মৃত্যু হয় ৷হয়।
 
১৮৯৬ চনৰ ১০ ডিচেম্বৰত ইটালীৰ ছানৰেম’স্থিত নিজা বাসগৃহত আলফ্ৰেড ন'বেলৰ ৬২ বছৰ বয়সত মৃত্যু হয় ৷
 
 
 
==তথ্য সংগ্ৰহ==
Line 65 ⟶ 55:
 
==বহিঃ সংযোগ==
{{Commons category-inline|Alfred Nobel|আলফ্ৰেড ন'বেল}}
* [http://www.nobel.se/nobel/alfred-nobel/index.html Alfred Nobel – Man behind the Prizes]
* [http://www.nobel.no/eng_com_will1.html Biography at the Norwegian Nobel Institute]
Line 73 ⟶ 63:
* [[:de:Dynamit Nobel AG|A German branch or followup]] ''(German)''
 
{{ন'বেল বঁটা}}
 
[[শ্ৰেণী:ছুইডেনৰ ব্যক্তি]]
{{Nobel Prizes}}
[[শ্ৰেণী:মৃত ব্যক্তি]]
 
[[শ্ৰেণী:ৰসায়নবিদ]]
[[শ্ৰেণী:ন'বেল বঁটা]]
[[শ্ৰেণী:ছুইডেনৰ ব্যক্তি]]