মুক্ত চিন্তা (আলোচনী): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

23 নং শাৰী:
 
==আলোচনীখনৰ লক্ষ্য আৰু উদ্দেশ্য==
যুক্তি আৰু গণতান্ত্ৰিক প্ৰমূল্যক সাৰথি কৰি বিভিন্ন সামাজিক বিষয় সম্পৰ্কে বস্তুনিষ্ঠ আৰু জীৱন্ত চিন্তাৰ বাবে এখন মুকলি মঞ্চৰ সৃষ্টি কৰাই মুক্ত চিন্তাৰ প্ৰধান উদ্দেশ্য। <!-- অসমৰ উদাৰ-মানৱতাবাদী আৰু বাঁও-গণতান্ত্ৰিক, সমাজচিন্তাৰ এই উভয় ধাৰাৰে বৌদ্ধিক অৱদানসমূহক আমি মূল্যৱান তথা বিবেচনাযোগ্য বুলি গণ্য কৰো। কিন্তু একে সময়তে আমি এই কথাও অনুভৱ কৰো যে আমাৰ প্ৰতিষ্ঠিত ভাবধাৰাসমূহক নতুন আৰু অধিক সমালোচনাত্মক দৃষ্টিভংগী তথা তত্ত্বৰে পুনৰ্বিশ্লেষণ কৰাটো পৰিবৰ্তিত সামাজিক-ৰাজনৈতিক পৰিস্থিতিয়ে জৰুৰী বুলি দাবী কৰিছে। এনে পুনৰ্বিশ্লেষণৰ অভাৱৰ বাবেই হয়তো আমাৰ বিভিন্ন প্ৰতিষ্ঠিত ভাবধাৰাসমূহলৈ একপ্ৰকাৰ যান্ত্ৰিকতা আৰু কূপমণ্ডূকতা আহি পৰিছে – যিসমূহক নতুন মৌলিক চিন্তাৰ সতেজ স্পৰ্শইহে গতিময়তা প্ৰদান কৰিব পাৰিব বুলি আমাৰ বিশ্বাস। গতিকে -->বস্তুনিষ্ঠ চিন্তাৰ বাবে এখন অনলাইন মঞ্চৰ যোগান ধৰা আৰু সমান্তৰালভাৱে নতুন নতুন দৃষ্টিভংগীৰ কৰ্ষণৰ বাবে এক উৰ্বৰ পৰিবেশৰ সৃষ্টি কৰা, এই দুটাই হ’ল মুক্ত চিন্তাৰ মূল আদৰ্শ।<ref>http://muktosinta.org/about/</ref>
 
=='মুক্ত চিন্তা'ৰ বিভিন্ন শিতানসমূহ==