১৩ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
No edit summary
1 নং শাৰী:
{{আজিৰ দিনটো|13|7|194}}
==ঘটনাৱলী==
#* ১৯৭৭ চনত আজিৰ দিনতে কেন্দ্ৰত চৰকাৰ সলনি হোৱা বাবে ১৯৮০ চনলৈকে পদ্ম সন্মান প্ৰদান বন্ধ।
#* ২০০৫ চনৰ আজিৰ দিনটোতে [[পাকিস্তান]]ৰ সিন্ধু প্ৰদেশত সংঘটিত ৰে'ল দুৰ্ঘটনাত ৩০০ লোক নিহত হয় আৰু ১০০০ তকৈও অধিক লোক আহত হয়।
#* ২০১১ চনৰ আজিৰ দিনটোতে মুম্বাইৰ তিনিটা স্থানত সন্ত্ৰাসবাদীয়ে ঘটোৱা বোমা বিস্ফোৰণত ২৬ জন লোকৰ মৃত্যু হয় আৰু ১৩০ জন লোক আহত হয়।
#* ২০১২ চনৰ আজিৰ দিনটোতে [[গুৱাহাটী]]ত হোৱা যুৱতীৰ শালীনতা হানিৰ ঘটনাত দেশজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিভিন্ন দল সংগঠনে।
#* ২০১২ চনৰ আজিৰ দিনটোতে [[কৰ্ণাটক]]ৰ মুখ্যমন্ত্ৰী ৰূপে [[জগদীশ চেট্টাৰে]] শপত গ্ৰহণ কৰে।
#* ২০১২ চনৰ আজিৰ দিনটোতে [[ছিৰিয়া]]ৰ হামা চহৰত সেনাবাহিনীৰ আক্ৰমণত ২০০ তকৈও অধিক লোকৰ মৃত্যু হয়।
 
==জন্ম ==
#* ১৯৩৯ চনৰ আজিৰ দিনটোত ভাৰতীয় চলচ্চিত্ৰ জগতৰ এজন বিশিষ্ট প্ৰযোজক তথা পৰিচালক [[প্ৰকাশ মেহৰা]]ৰ জন্ম হয় (মৃত্যু - ২০০৯)।
 
==মৃত্যু==
#* ১৮১২ চনৰ আজিৰ দিনটোত বিশিষ্ট জাৰ্মান জ্যোতিৰ্বিদ [[হেইনৰিখ লুই দা অৰেষ্ট]]ৰ মৃত্যু হয়। [[নেপচুন গ্ৰহ]]ৰ সন্ধান পোৱা তেৱেঁই প্ৰথম ব্যক্তি।
#* ১৯২১ চনৰ আজিৰ দিনটোত ফৰাচী বিজ্ঞানী [[গেব্ৰিয়েল লিপমান]]ৰ মৃত্যু হয়। তেওঁ ১৯০৮ চনত পদাৰ্থবিদ্যাৰ নোবেল বঁটা লাভ কৰিছিল।
#* ১৯৯৫ চনৰ আজিৰ দিনটোত সাহিত্যিক, ভাৰতীয় [[জ্ঞানপীঠ বঁটা]] বিজয়ী প্ৰথম মহিলা [[আশাপূৰ্ণা দেৱী]]ৰ মৃত্যু হয়।
 
==দিৱস==
 
==অনান্য==
 
# ২০১২ চনৰ আজিৰ দিনটোতে [[গুৱাহাটী]]ত হোৱা যুৱতীৰ শালীনতা হানিৰ ঘটনাত দেশজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিভিন্ন দল সংগঠনে।
# ২০১১ চনৰ আজিৰ দিনটোতে মুম্বাইৰ তিনিটা স্থানত সন্ত্ৰাসবাদীয়ে ঘটোৱা বোমা বিস্ফোৰণত ২৬ জন লোকৰ মৃত্যু হয় আৰু ১৩০ জন লোক আহত হয়।
# ২০১২ চনৰ আজিৰ দিনটোতে [[কৰ্ণাটক]]ৰ মুখ্যমন্ত্ৰী ৰূপে [[জগদীশ চেট্টাৰে]] শপত গ্ৰহণ কৰে।
# ১৯৭৭ চনত আজিৰ দিনতে কেন্দ্ৰত চৰকাৰ সলনি হোৱা বাবে ১৯৮০ চনলৈকে পদ্ম সন্মান প্ৰদান বন্ধ।
# ২০০৫ চনৰ আজিৰ দিনটোতে [[পাকিস্তান]]ৰ সিন্ধু প্ৰদেশত সংঘটিত ৰে'ল দুৰ্ঘটনাত ৩০০ লোক নিহত হয় আৰু ১০০০ তকৈও অধিক লোক আহত হয়।
# ২০১২ চনৰ আজিৰ দিনটোতে [[ছিৰিয়া]]ৰ হামা চহৰত সেনাবাহিনীৰ আক্ৰমণত ২০০ তকৈও অধিক লোকৰ মৃত্যু হয়।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/১৩_জুলাই"ৰ পৰা অনা হৈছে