১৩ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{আজিৰ দিনটো|13|7|194}}
==ঘটনাৱলী==
* ১৯৭৭ - চনত আজিৰ দিনতে কেন্দ্ৰত চৰকাৰ সলনি হোৱা বাবে ১৯৮০ চনলৈকে পদ্ম সন্মান প্ৰদান বন্ধ।
* ২০০৫ - চনৰ আজিৰ দিনটোতে [[পাকিস্তান]]ৰ সিন্ধু প্ৰদেশত সংঘটিত ৰে'ল দুৰ্ঘটনাত ৩০০ লোক নিহত হয় আৰু ১০০০ তকৈও অধিক লোক আহত হয়।
* ২০১১ - চনৰ আজিৰ দিনটোতে মুম্বাইৰ তিনিটা স্থানত সন্ত্ৰাসবাদীয়ে ঘটোৱা বোমা বিস্ফোৰণত ২৬ জন লোকৰ মৃত্যু হয় আৰু ১৩০ জন লোক আহত হয়।
* ২০১২ - চনৰ আজিৰ দিনটোতে [[গুৱাহাটী]]ত হোৱা যুৱতীৰ শালীনতা হানিৰ ঘটনাত দেশজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিভিন্ন দল সংগঠনে।
* ২০১২ - চনৰ আজিৰ দিনটোতে [[কৰ্ণাটক]]ৰ মুখ্যমন্ত্ৰী ৰূপে [[জগদীশ চেট্টাৰে]] শপত গ্ৰহণ কৰে।
* ২০১২ - চনৰ আজিৰ দিনটোতে [[ছিৰিয়া]]ৰ হামা চহৰত সেনাবাহিনীৰ আক্ৰমণত ২০০ তকৈও অধিক লোকৰ মৃত্যু হয়।
 
==জন্ম ==
"https://as.wikipedia.org/wiki/১৩_জুলাই"ৰ পৰা অনা হৈছে