১৩ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

12 নং শাৰী:
 
==মৃত্যু==
* ১৮১২ - চনৰ আজিৰ দিনটোত বিশিষ্ট জাৰ্মান জ্যোতিৰ্বিদ [[হেইনৰিখ লুই দা অৰেষ্ট]]ৰ মৃত্যু হয়। [[নেপচুন গ্ৰহ]]ৰ সন্ধান পোৱা তেৱেঁই প্ৰথম ব্যক্তি।
* ১৯২১ - চনৰ আজিৰ দিনটোত ফৰাচী বিজ্ঞানী [[গেব্ৰিয়েল লিপমান]]ৰ মৃত্যু হয়। তেওঁ ১৯০৮ চনত পদাৰ্থবিদ্যাৰ নোবেল বঁটা লাভ কৰিছিল।
* ১৯৯৫ - চনৰ আজিৰ দিনটোত সাহিত্যিক, ভাৰতীয় [[জ্ঞানপীঠ বঁটা]] বিজয়ী প্ৰথম মহিলা [[আশাপূৰ্ণা দেৱী]]ৰ মৃত্যু হয়।
 
==দিৱস==
"https://as.wikipedia.org/wiki/১৩_জুলাই"ৰ পৰা অনা হৈছে