১৩ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

9 নং শাৰী:
* ২০১২ - চনৰ আজিৰ দিনটোতে [[ছিৰিয়া]]ৰ হামা চহৰত সেনাবাহিনীৰ আক্ৰমণত ২০০ তকৈও অধিক লোকৰ মৃত্যু হয়।
 
==জন্ম ==
* ১৭৯৩ - চনৰ আজিৰ দিনটোতে ইংৰাজ কবি জন ক্লিয়াৰ জন্ম হয় ।
* ১৯৩৯ - চনৰ আজিৰ দিনটোত ভাৰতীয় চলচ্চিত্ৰ জগতৰ এজন বিশিষ্ট প্ৰযোজক তথা পৰিচালক [[প্ৰকাশ মেহৰা]]ৰ জন্ম হয় (মৃত্যু - ২০০৯)।
* ১৯৩২ - হিন্দী ছবিৰ অভিনেত্ৰী বীনা ৰায়ৰ জন্ম হৈছিল।
* ১৯৩৯ - চনৰ আজিৰ দিনটোত ভাৰতীয় চলচ্চিত্ৰ জগতৰ এজন বিশিষ্ট প্ৰযোজক তথা পৰিচালক [[প্ৰকাশ মেহৰা]]ৰ জন্ম হয় (মৃত্যু - ২০০৯)।
* ১৯৪৪ - এৰন' ৰুবিক, হাঙ্গেৰীৰ স্থাপত্যবিদ আৰু অধ্য়াপক, ৰুবিক কিউবৰ উদ্ভাৱক।
 
"https://as.wikipedia.org/wiki/১৩_জুলাই"ৰ পৰা অনা হৈছে