ডিম্বেশ্বৰ নেওগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Bishnu Saikia (আলোচনা | বৰঙণি) No edit summary |
অ | -> । |
||
39 নং শাৰী:
== জন্ম==
ডিম্বেশ্বৰ নেওগদেৱৰ জন্ম ১৮৯৯ চনৰ ৭ আগষ্টত [[শিৱসাগৰ]] জিলাৰ কমাৰদফীয়া নামেৰে এখন গাঁওত হৈছিল
== সাহিত্য জগতত তেখেতৰ অৱদান ==
এজন সাহিত্যিক, গৱেষক, সমালোচক আৰু শিক্ষক আছিল
(১) আধুনিক অসমীয়া সাহিত্যৰ [[বুৰঞ্জী]] (১৯৩৭)
61 নং শাৰী:
(৮) অসমীয়া ভাষা আৰু লিপিৰ কাহিনী (১৯৫১)
(৯) হিষ্টৰী অব্ অছমীয়া লিটাৰেচাৰ (১৯৫৫) আদি
ডিম্বেশ্বৰ নেওগ দেৱে কিছু পৰিমাণে কবিতাৰ জগততো অৰিহনা আগবঢ়াইছিল, তাৰে উল্লেখযোগ্য দুটিমান কবিতা হ’ল ’শাপমুক্তা’ , ’মোৰ গাঁও’, ’শেষ গায়ক’ ইত্যাদি
== অনান্য কৰ্মৰাজি ==
সমাজ সচেতন নেওগ দেৱৰ স্বদেশপ্ৰীতিও আছিল অতুলনীয়
== মৃত্যু ==
১৯৬৬ চনৰ ১১ নৱেম্বৰত তেখেতে ইহলীলা সম্বৰণ কৰে
|