কুম্ভকৰ্ণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

27 নং শাৰী:
 
==অৱয়ব আৰু ব্যক্তিত্ব==
কুম্ভকৰ্ণক বিভিন্ন ভাৰতীয় শৈলীৰ চিত্ৰত অংকন কৰা হৈছে।<ref>{{Cite web|url=https://www.metmuseum.org/art/collection/search/62150?rpp=60&pg=25&ao=on&ft=india&pos=1490|title=The Demon Kumbhakarna Is Defeated by Rama and Lakshmana: Folio from a Dispersed Ramayana Series|website=Metropolitan Museum of Art|access-date=2019-10-25}}</ref><ref>{{Cite web|url=http://www.bl.uk/onlinegallery/ttp/ramayana/accessible/pages51and52.html|title=Ramayana: Pages 51 and 52|last=Wight|first=Colin|website=www.bl.uk|access-date=2019-10-25}}</ref> তেওঁক কেতিয়াবা শিঙৰ সৈতে দৈত্য হিচাপে চিত্ৰিত কৰা হয়।
 
কুম্ভকৰ্ণক ভয়ানক আকাৰ আৰু চেহেৰাৰ অধিকাৰী হোৱা স্বত্বেও এক সৎ চৰিত্ৰ হিচাপে চিত্ৰিত কৰা হৈছে। তেওঁ এবাৰত ৬ মাহ জুৰি শুইছিল। তেওঁ আনকি ৰাৱণক [[সীতা]]ক অপহৰণ কৰাৰ বাবে ৰামৰ ওচৰত ক্ষমা বিচাৰিবলৈ কৈছিল। অৱশ্যে ৰাৱণে এই পৰামৰ্শ মানি লোৱা নাছিল।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
"https://as.wikipedia.org/wiki/কুম্ভকৰ্ণ"ৰ পৰা অনা হৈছে