৬ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
6 নং শাৰী:
* ১৯৫৯ - ডাঃ এন গোপীনাথ আৰু ডাঃ আৰ এইছ বেটছৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ভাৰতত মুক্ত হৃদপিণ্ডৰ অষ্ট্ৰোপচাৰ সম্পন্ন হৈছিল।
* ১৯৭৫ - ৫০০ বছৰীয়া পৰ্তুগীজ শাসনৰ শিকলী চিঙি মোজাম্বিকে স্বাধীনতাৰ লাভ কৰে।
* ২০১৩ - [[যোৰহাট]]ৰ ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত নৱনিৰ্মিত তাৰকাগৃহটো অসমৰ মুখ্যমন্ত্ৰী [[তৰুণ গগৈ]]য়ে উদ্বোধন কৰে।
 
==জন্ম==
12 নং শাৰী:
* ১৯২৬ - [[মহিম বৰা]],'কলংপৰীয়া কবি' ‘এধানি মহীৰ হাঁহি’ৰ স্ৰষ্টা।
* ১৯৩৫ - ১৪তম দালাই লামা গিৱালৱা ৰিনপচি। (ইংঃ Gyalwa Rinpoche)
* ১৯৪৬ - [[জৰ্জ ডব্লিউ বুশ্ব]], ৪৩তম আমেৰিকান ৰাষ্ট্ৰপতি।
* ১৯৪৬ - [[ছিলভেষ্টাৰ ষ্টেলন]], হলিউডৰ অভিনেতা, [[ৰেম্ব']] আৰু [[ৰকী]] বোলছবিৰ বাবে বিশ্ব বিখ্য়াত।
 
==মৃত্যু ==
* ১৮৫৪ - গেয়াৰ চায়মন ওম (অ'ম), জার্মানজাৰ্মান পদার্থপদাৰ্থ বিজ্ঞানী, [[ওম সুত্ৰসূত্ৰ]]ৰ আৱিষ্কাৰক।
* ১৮৯৩ - গী দা মোপাছাঁ, ফৰাচী কথা সাহিত্যিক।
* ১৯৩৫ - টমাছ মোৰে, ইংৰাজ আইনজ্ঞ তথা চিন্তাবিদ।
* ১৯৬০ - [[সূৰ্য বৰা]], সাহিত্যিক, সাংবাদিক, শিলগুৰি ৰেল ষ্টেচনত ৰেল কৰ্মচাৰী। তেখেতক দুৰ্বত্তই হত্যা কৰে।
* ১৯৬২ - ৱিলিয়াম ফকনাৰ, সাহিত্যৰ নোবেল বিজয়ী আমেৰিকান লেখক। (জন্ম: ১৯১২)
* ২০০২ - ধীৰুভাই আম্বানীআম্বাণী, ভাৰতীয় শিল্পপতি আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ প্ৰতিষ্ঠাতা। (জন্ম: ১৯৩২)
 
==দিৱস==
"https://as.wikipedia.org/wiki/৬_জুলাই"ৰ পৰা অনা হৈছে