মহো-হো উৎসৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
| -> ।
1 নং শাৰী:
নামনি অসমৰ '''"মহোহো"''' কোনো ধৰ্ম বিশ্বাসৰ লগত সম্বন্ধ নথকা এটা উৎসৱ । নামনি অসমৰ বিশেষকৈ [[কামৰূপ]], [[গোৱালপাৰা]], [[নলবাৰী]], [[বৰপেটা]], [[দৰং]] জিলাত ইয়াৰ প্ৰচলন দেখা যায়|যায়। মহোহো ঠাই বিশেষে মহখুন্দা বা গোৱালপাৰা জিলাৰ কিছু অংশত এউৰি/ওৰি মাগা বুলিও জনাজাত ।
 
আঘোন মাহৰ পূৰ্ণিমাৰ ৰাতি গাৱঁৰ ডেকা সবে ঘৰে ঘৰে হাতত টাঙোন লৈ মহোহো গীত গাই ফুৰাটোৱে ইয়াৰ মূল আকৰ্ষণ। মহোহো মাগিব (খুজিব/গাব) যোৱা গাৱঁৰ দলটিত এজন দলপতি থাকে | তেওঁ মহোহো গীতৰ প্ৰথম শাৰীটো গাই দিয়ে আৰু লগে লগে বাকী সদস্য কেইজনে তাৰ পিছৰ শাৰী গীত সমবেত হৈ গায় | শেষত গৄহস্থক আশীৰ্বাদ দি সামৰ্থ অনুযায়ী দিয়া চাউল/টকা লৈ দ্বিতীয় গৃহস্থলৈ যোৱাটো এটা পৰম্পৰা । লোকবিশ্বাস মতে এনেদৰে মহোহো গীত গাই গৃহস্থৰ ঘৰত [[মহ]] নিৰ্মুল কৰা হয় ।
 
==কেইটিমান প্ৰচলিত মহোহো গীত==