নগাঁও মহাবিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

37 নং শাৰী:
 
নগাঁও মহাবিদ্যালয়ত নামভৰ্তি কৰা প্ৰথমগৰাকী ছাত্ৰ আছিল চাৰিঙৰ চিকন চন্দ্ৰ কাকতি৷ প্ৰথমটো বৰ্ষত মহাবিদ্যালয়খনত মুঠ ১৪১ গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছিল৷ ছাত্ৰীৰ সংখ্যা আছিল ১৮ গৰাকী৷ প্ৰথমটো বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৫০%৷ ১৯৪৬ চনৰ পৰা শিক্ষানুষ্ঠানখনত স্নাতক পৰ্যায়ৰ শ্ৰেণীসমূহ আৰম্ভ হয়৷ ১৯৫০ চনত বাণিজ্য আৰু তাৰ ঠিক ৯ বছৰৰ পিছত অৰ্থাৎ ১৯৫৯ চনত বিজ্ঞান শাখাৰ স্নাতক শ্ৰেণী প্ৰৱৰ্তন হয়৷ <ref name="স্মৰণিকা">{{cite book | url=https://profilelogin.admissione.online/UploadFiles/Documents/ProfileLgoin/NColge_souvenir_Final%20Book_compressed.pdf | title=পয়সত্তৰ বছৰৰ বৰ্ণিল দস্তাবেজ | publisher=নগাঁও মহাবিদ্যালয় | author=বৰা, দীপক কুমাৰ; বৰঠাকুৰ, ড০ লক্ষ্যজ্যোতি | authorlink=সম্পাদকৰ মেজৰ পৰা | year=২০১৮-১৯ | location=নগাঁও | isbn=৯৭৮-৯৬-৮৫৩১০-৭০-৬}}</ref>
[[File:Statue of Mahim Bora.jpg|thumb|<center>নগাঁও মহাবিদ্যালয়ৰ চৌহদত প্ৰাক্তন ছাত্ৰ, অধ্যাপক, আৰু অসমৰ এগৰাকী সাহিত্যিক-গল্পকাৰ [[মহিম বৰা]]ৰ মূৰ্তি</center>]]
 
২০২০ চনৰ ২২ ডিচেম্বৰত নগাঁও মহাবিদ্যালয়ক [[বিশ্ববিদ্যালয় অনুদান আয়োগ|বিশ্ববিদ্যালয় অনুদান আয়োগে]] দহবছৰৰ বাবে স্বায়ত্বশাসন প্ৰদান কৰে৷ <ref name="Autonomous">{{cite news | url=https://www.time8.in/breaking-nowgong-college-gets-autonomous-status/ | title=Nowgong College Gets Autonomous Status | date=22 December, 2020 | agency=time8 | accessdate=14 July 2021}}</ref>