নগাঁও মহাবিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
26 নং শাৰী:
}}
 
'''নগাঁও মহাবিদ্যালয়''' ({{lang-en|Nowgong College}}) হৈছে [[গুৱাহাটী বিশ্ববিদ্যালয়ৰবিশ্ববিদ্যালয়]]ৰ অধীনস্থ এখন স্বায়ত্তশাসিত মহাবিদ্যালয়৷ ১৯৪৪ চনৰ ৭ আগষ্ট তাৰিখে যাত্ৰাৰম্ভ কৰা শৈক্ষিক প্ৰতিষ্ঠানখন [[নগাঁও|নগাঁও জিলা]] চহৰৰ মাজমজিয়াত অৱস্থিত৷ নগাঁও মহাবিদ্যালয় অসমৰ এখন পুৰণি শিক্ষানুষ্ঠান৷ প্ৰথমাৱস্থাত [[কলিকতা বিশ্ববিদ্যালয়ৰবিশ্ববিদ্যালয়]]ৰ অনুমতিসাপেক্ষেঅধীনত স্থাপিত হোৱা শিক্ষানুষ্ঠানখন ১৯৪৮ চনত অসমৰ [[গুৱাহাটী বিশ্ববিদ্যালয়ৰবিশ্ববিদ্যালয়]]ৰ অন্তৰ্ভূক্ত হয়৷ <ref>{{cite web |title=Affiliated College of Gauhati University |url=http://www.gauhati.ac.in/college-affiliated%20colleges.php |url-status=dead |archiveurl=https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php |archivedate=6 June 2017 |df=dmy-all }}</ref> ২০২০ চনৰ ২২ ডিচেম্বৰত নগাঁও মহাবিদ্যালয়ক [[বিশ্ববিদ্যালয় অনুদান আয়োগ|বিশ্ববিদ্যালয় অনুদান আয়োগে]] দহ বছৰৰ বাবে স্বায়ত্বশাসন প্ৰদান কৰে৷ <ref>{{cite web |title=Nowgong College Gets Autonomous Status|url=https://www.time8.in/breaking-nowgong-college-gets-autonomous-status/
|date=22 December 2020|df=dmy-all }}</ref>