নগাঁও বিশ্ববিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

102 নং শাৰী:
| ১৪
| ড॰ শৰৎ বৰকটকী
| ১/১/২০১২-বৰ্তমানলৈকে
|}
==পুথিভঁৰাল==
মহাবিদ্যালয়খনৰ পুথিভঁৰালটো ১৯৪৪ চনতে আৰম্ভ কৰা হয়৷ পুথিভঁৰালটোৰ নাম হৈছে-[[মহেন্দ্ৰনাথ ডেকা ফুকন| মহেন্দ্ৰনাথ মৈহেংদাং ডেকাফুকন]] পুথিভঁৰাল৷ মহেন্দ্ৰনাথ মৈহেংদা ডেকাফুকন আছিল অসমৰ এগৰাকী কবি-সাহিত্যিক, শিল্পী-অভিনেতা, বুদ্ধিজীৱি তথা সমাজ-সংস্কাৰক৷ <ref name="স্মৰণিকা-৩">{{cite book | url=https://profilelogin.admissione.online/UploadFiles/Documents/ProfileLgoin/NColge_souvenir_Final%20Book_compressed.pdf | title=পয়সত্তৰ বছৰৰ বৰ্ণিল দস্তাবেজ | publisher=নগাঁও মহাবিদ্যালয় | author= | authorlink=জ্ঞান-দাতৃ আই |pages=| year=২০১৮-১৯ | location=নগাঁও | isbn=৯৭৮-৯৬-৮৫৩১০-৭০-৬}}</ref> উল্লেখযোগ্য যে, নগাঁও মহাবিদ্যালয়ৰ পুথিভঁৰালটোত শেহতীয়াকৈ ডিজিটেল প্ৰযুক্তি সংযুক্ত হৈছে৷
 
মহাবিদ্যালয়খনৰ ৱেবছাইটত উল্লেখ থকা তথ্যানুযায়ী, পুথিভঁৰালটোত প্ৰায় ৫২,০০০ খন গ্ৰন্থ আৰু বিশখন পত্ৰিকা/আলোচনী আছে৷ ইয়াৰ উপৰি একাধিক বাতৰি কাকত আৰু মাহেকীয়া/পষেকীয়া আলোচনীও পুথিভঁৰালটোত আছে৷ <ref name="facilities">{{cite web | url=https://www.nowgongcollege.edu.in/facility.html | title=FACILITY | publisher=Nowgong College | accessdate=14 July 2021}}</ref>
 
==বিভাগসমূহ==