ৰসায়ন বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

6 বাইট যোগ দিয়া হ’ল ,  11 বছৰৰ পূৰ্বে
| -> ।
(r2.6.4) (ৰবট পৰিবৰ্তন কৰিছে: zh:化學)
(| -> ।)
[[চিত্ৰ:Explained Atom.svg|right|thumb|300px|]]
 
'''ৰসায়ন বিজ্ঞান''' হৈছে ভৌতিক বিজ্ঞানৰ এটা শাখা য’ত [[পদাৰ্থ]]ৰ গুণাগুণ, ক্ৰিয়া-বিক্ৰিয়া, সংযুক্তি, পৰিৱৰ্তন, প্ৰস্তুতি পদ্ধতি আৰু পদাৰ্থবোৰৰ মাজত ঘ্টা মিলনৰ নিয়ম, প্ৰক্ৰিয়া আদি আলোচনা কৰা হয় | বহলকৈ ইয়াক [[জৈৱ ৰসায়ন]], [[অজৈৱ ৰসায়ন]] আৰু [[ভৌত ৰসায়ন]] এই তিনি ভাগত ভগাব পাৰি | [[ৰবাৰ্ট বয়ল]] নামৰ বিজ্ঞানীগৰাকীয়ে ৰসায়ন বিজ্ঞানক এটা অন্য শাখা হিছাপে প্ৰতিষ্ঠা কৰাত প্ৰভূত অৰিহণা যোগায় যদিও [[এণ্টন লেভয়ছিয়াৰ]]কহে '''আধুনিক ৰসায়নৰ পিতা''' বুলি অভিহিত কৰা হয় |
 
[[শ্ৰেণী:ৰসায়ন বিজ্ঞান]]
2,335

টা সম্পাদনা