পান'ছ পানায় (মাইক্ৰ'ছফ্ট): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
"Panos Panay (Microsoft)" পৃষ্ঠাৰ অনুবাদেৰে সৃষ্টি কৰা হৈছে
(কোনো পাৰ্থক্য নাই)

07:09, 15 July 2021ৰ সংস্কৰণ

পান'ছ ক'ষ্টা পানায় (গ্ৰীক: Πάνος Κώστα Παναή)[1] এগৰাকী আমেৰিকান ব্যৱসায়িক কাৰ্যবাহী বিষয়া আৰু মাইক্ৰ'ছফ্টৰ ৱিণ্ড'জ+ ডিভাইচসমূহৰ মুখ্য উৎপাদন বিষয়া।[2][3][4] তেওঁ ৱিণ্ড'জ ক্লায়েণ্ট অপাৰেটিং ছিষ্টেমৰ লগতে ছাৰ্ফে'চ প্ৰডাক্ট আৰু সম্পৰ্কীয় হাৰ্ডৱেৰৰ বিকাশ তদাৰক কৰে।[5]

পান'ছ পানায়
এম.বি.এ. বি.এছ.চি.
জন্ম পান'ছ ক'ষ্টা পানায়
আমেৰিকা যুক্তৰাষ্ট্ৰ
শিক্ষানুষ্ঠান কেলিফৰ্ণিয়া ৰাজ্যিক বিশ্ববিদ্যালয়, নৰ্থৰিড্‌জ
পেচা মাইক্ৰ'ছফ্টৰ মুখ্য উৎপাদন বিষয়া
জনা যায় ছাৰ্ফে'চ

পানায়ে ২৪ জুন, ২০২১ তাৰিখে ৱিণ্ড'জ এক্সপিৰিয়েঞ্চ ব্লগত ৱিণ্ড'জ ১১ উন্মোচন কৰিছিল।[6]

ব্যক্তিগত জীৱন

পানায়ে পেপাৰডাইন বিশ্ববিদ্যালয়ৰ পৰা এম.বি.এ. আৰু নৰ্থৰিড্‌জৰ কেলিফৰ্ণিয়া ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পৰা বি.এছ.চি. ডিগ্ৰী লাভ কৰিছিল।

কৰ্ম-জীৱন

পানায় ২০০০ চনৰ পৰা ২০০৪ চনলৈকে মিচিগানৰ এন.এম.বি. টেকন'লজীজত (মাইনবিয়ামিটচুমিৰ এটা গৌণ কোম্পানী) বৈদ্যুতিন সাজ-সৰঞ্জামৰ দায়িত্বত আছিল।[7][8]

মাইক্ৰ'ছফ্ট

পানায়ে ২০০৪ চনত মাইক্ৰ'ছফ্টত যোগদান কৰে। তেওঁ ছাৰ্ফে'চ প্ৰডাক্টসমূহৰ বিকাশৰ বাবে জনাজাত।[9][10][11]

টোকা

  1. Χαράλαμπος Ζάκος, "Κύπριος έφτιαξε τον υπολογιστή της Microsoft «Surface»-Θα βραβευτεί στο Προεδρικό από τον CIPA", NewsBomb Cyprus June 22, 2017
  2. "Panos Panay (Bio)", Microsoft News Center
  3. Panos Panay, "Introducing Windows 11", Windows Experience Blog, June 24, 2021
  4. "Microsoft to combine Windows Client and Surface teams under product chief Panos Panay" (en-US ভাষাত). TechSpot. https://www.techspot.com/news/83914-microsoft-combine-windows-client-surface-teams-under-product.html। আহৰণ কৰা হৈছে: 2020-08-10. 
  5. Foley, Mary Jo. "Microsoft to combine its Windows client and hardware teams under Chief Product Officer Panos Panay". ZDNet. https://www.zdnet.com/article/microsoft-to-combine-its-windows-client-and-hardware-teams-under-chief-product-officer-panos-panay/। আহৰণ কৰা হৈছে: 16 November 2020. 
  6. Panos Panay, "Introducing Windows 11", Windows Experience Blog, June 24, 2021
  7. "Panos Panay to Be Honored At the CIPA International Investment Awards Ceremony", Gold News, June 22, 2017
  8. "Panos Panay" on LinkedIn
  9. Lance Ulanoff, "With Surface, Microsoft is building a premium brand", Mashable June 15, 2017
  10. Spence, Ewan. "Panos Panay, The Humble Heart Of Success Inside Microsoft’s Surface Hardware" (en ভাষাত). Forbes. https://www.forbes.com/sites/ewanspence/2019/12/22/interview-panos-panay-microsoft-devices-humble-family-leadership-team-surface-duo-surface-neo/। আহৰণ কৰা হৈছে: 2020-08-10. 
  11. "Microsoft reorg places Surface evangelist Panos Panay as boss of Windows too – report" (en ভাষাত). www.theregister.com. https://www.theregister.com/2020/02/06/microsoft_organisational_changes_windows_and_surface_come_together_under_panos_panay/। আহৰণ কৰা হৈছে: 2020-08-10.