স্কেট্চ (ছফ্টৱেৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
"Sketch (software)" পৃষ্ঠাৰ অনুবাদেৰে সৃষ্টি কৰা হৈছে |
No edit summary |
||
1 নং শাৰী:
{{Infobox software|name=স্কেট্চ|logo=[[file:Sketch Logo.svg|
ইয়াক মুখ্যতঃ ৱেবছাইট আৰু [[Mobile app|ম'বাইল এপ]]ৰ [[User interface design|ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ]] আৰু [[User experience design|ব্যৱহাৰকাৰী অভিজ্ঞতা]] ৰূপাংকণৰ বাবে ব্যৱহাৰ কৰা হয় আৰু ইয়াত [[Print design|প্ৰিণ্ট ডিজাইন]]ৰ সা-সুবিধা নাই।<ref>{{Cite web|url=http://layervault.tumblr.com/post/100588054474/an-interview-with-pieter-omvlee-the-founder-of|title=An Interview with Pieter Omvlee, the Founder of Bohemian Coding|last=Sutton|first=Kelly|date=2014-10-21|access-date=2019-04-10}}</ref> স্কেট্চত শেহতীয়াকৈ [[Prototyping|প্ৰ'ট'টাইপিং]] আৰু সহযোগিতাৰ বাবে সুবিধা যোগ কৰা হৈছে। কেৱল মেকঅ'এছ-ত উপলব্ধ হোৱাৰ বাবে অইন প্লেটফৰ্মত স্কেট্চৰ ডিজাইনসমূহ চাবলৈ তৃতীয় পক্ষৰ ছফ্টৱেৰ আৰু ৰূপান্তৰ-সঁজুলি ব্যৱহাৰ কৰিব পাৰি।<ref>{{Cite web|url=https://medium.com/sketch-app-sources/how-i-started-using-sketch-app-in-windows-756e7091b0bc|title=How I Started Using Sketch App In Windows|last=Schoenmaker|first=Martijn|date=1 February 2016|work=Design + Sketch|accessdate=10 October 2018}}</ref>
|