ফিগমা (ছফ্টৱেৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

5 নং শাৰী:
 
== ইতিহাস ==
ডাইলান ফীল্ড আৰু ইভান ৱালেছে ২০১২ চনত ফিগমাৰ ওপৰত কাম কৰা আৰম্ভ কৰে।<ref name=":0">{{Cite web|last=Crook|first=Jordan|date=February 15, 2019|title=Figma gets $40 million Series C to put design tools in the cloud|url=https://social.techcrunch.com/2019/02/14/figma-gets-40-million-series-c-to-put-design-tools-in-the-cloud/|url-status=live|archive-url=https://web.archive.org/web/20201107231140/https://techcrunch.com/2019/02/14/figma-gets-40-million-series-c-to-put-design-tools-in-the-cloud/|archive-date=November 7, 2020|access-date=November 15, 2020|website=TechCrunch}}</ref> [[Brown University|ব্ৰাউন বিশ্ববিদ্যালয়]]ত অধ্যয়ন কৰি থাকোঁতে ফিল্ডফীল্ড আৰু ৱালেছে ২০১১ চনত আন কেইবাটাও প্ৰকল্পৰ লগতে ৱেব-ভিত্তিক ৰূপাংকণ সঁজুলি প্ৰস্তুত কৰাৰ কথা চিন্তা-চৰ্চা কৰে। ২০১২ চনত ৱালেছে ব্ৰাউন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ফীল্ডে বিশ্ববিদ্যালয় এৰি [[Thiel Fellowship|থিয়েল ফেল'শ্বিপ]] গ্ৰহণ কৰে যিয়ে তেওঁক নিজৰ ষ্টাৰ্টআপৰ ওপৰত কাম কৰিবলৈ $100,000 টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে। ফিগমাৰ ওপৰত পূৰ্ণকালীনভাৱে কাম কৰিবলৈ দুয়ো ছেন ফ্ৰাঞ্চিস্ক'লৈ গুচি যায়।<ref>{{Cite web|last=Cheng|first=Michelle|date=April 18, 2019|title=Why Teams at Uber and Slack Use This Powerful Design Tool|url=https://www.inc.com/michelle-cheng/figma-design-cloud-collaboration-google-docs-30-under-30-2019.html|access-date=November 15, 2020|website=Inc.com|language=en}}</ref>
 
ফিগমাই ৩ ডিচেম্বৰ, ২০১৫ তাৰিখে কেৱল আমন্ত্ৰিত লোকলৈ বিনামূলীয়া পূৰ্বলোকন কাৰ্যসূচী আগবঢ়োৱা আৰম্ভ কৰে।<ref>{{cite web|last1=Constine|first1=Josh|title=23-Year-Old’s Design Collaboration Tool Figma Launches With $14M To Fight Adobe|url=https://techcrunch.com/2015/12/03/figma-vs-goliath/|website=TechCrunch|publisher=TechCrunch|accessdate=June 1, 2020}}</ref> ২০১৬ চনৰ ২৭ ছেপ্টেম্বৰত ৰাজহুৱাকৈ ফিগমা মুকলি কৰা হয়।<ref>{{cite web|title=Figma Releases: Figma 1.0.0|url=https://releases.figma.com/2016/09/figma-100.html|website=Figma|accessdate=June 1, 2020}}</ref>