বিশ্ৰবা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
32 নং শাৰী:
| parents = [[পুলস্ত্য|ঋষি পুলস্ত্য]] (পিতৃ) </br> [[হবিৰ্ভূ]] (মাতৃ)
| siblings =
| offspring = [[কুবেৰ]], [[ৰাৱণ]], [[কুম্ভকৰ্ণ]], [[বিভীষণ]], [[শৰ্পনখাশূৰ্পনখা]]
| predecessor =
| successor =
44 নং শাৰী:
| nirvana =
}}
ঋষি '''বিশ্ৰবা''' ({{Lang-en|Vishrava}}) হ’ল ব্ৰহ্মাৰ পুত্ৰ [[পুলস্ত্য|ঋষি পুলস্ত্য]]ৰ পুত্ৰ আৰু অগস্ত্য মুনিৰ ভাই।<ref name=":1">{{cite web | url=http://www.mythfolklore.net/india/encyclopedia/visravas.htm | title=Encyclopedia for Epics of Ancient India | accessdate=১৫ মে ২০২০}}</ref> হিন্দু ধৰ্মগ্ৰন্থ ৰামায়ণত উল্লিখিত ঋষি বিশ্ৰবা আছিল মুনিসকলৰ মাজৰ অতি গুৰুত্বপূৰ্ণ ঋষি। তেওঁ তপস্যাৰ বলত বিশেষ ক্ষমতাৰ অধিকাৰী হৈছিল। [[ভৰদ্বাজ মুনি]] ঋষি বিশ্ৰবাৰ প্ৰতি আকৃষ্ট হৈ স্ত্ৰী স্বৰূপ নিজ কন্যা [[দেৱবৰ্ণিনী]]ক অৰ্পণ কৰিছিল। দেৱবৰ্ণিনীৰ ঔৰসত [[কুবেৰ]]ৰ জন্ম হয়।<ref name=":0">{{cite web | url=https://m.bharatdiscovery.org/india/%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A4%BE | title=ঋষি বিশ্ৰবা | accessdate=১৫ মে ২০২০}}</ref> কুবেৰ আছিল স্বৰ্ণলংকাৰ (লংকা) প্ৰকৃত ৰজা তথা ধন ঐশ্বৰ্যৰ ৰজা।<ref name=":1" /><ref>{{cite web | url=https://www.geni.com/people/Sage-Vishrava-Pulastya/6000000008023564660 | title=Sage Vishrava Pulastya | accessdate=১৫ মে ২০২০}}</ref>
 
==ঋষি বিশ্ৰবাৰ সন্তান==
"https://as.wikipedia.org/wiki/বিশ্ৰবা"ৰ পৰা অনা হৈছে