কৈকেষী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
6 নং শাৰী:
| caption =
| birth_place =
| children = [[ৰাৱণ]], [[কুম্ভকৰ্ণ]], [[বিভীষণ]] আৰু [[শৰ্পনখাশূৰ্পনখা]]
| spouse = [[বিশ্ৰবা|ঋষি বিশ্ৰবা]]
| relatives = [[সুমালী]] (পিতৃ) <br/> [[কেতুমতী]] (মাতৃ)<ref name="ৰাৱণ">{{cite book | title=দশানন ৰাৱণ | publisher=অসম পাবলিচিং কোম্পানী | author=ভূঞা, গোৱিন্দ প্ৰসাদ | year=২০১৩ | isbn=978-81-86384-43-5}}</ref>
13 নং শাৰী:
}}
 
'''কৈকেষী''' বা '''কৈকসী''' ({{Lang-en|Kaikeshi}} বা {{Lang|en|Kaikashi}}) আছিল ঋষি বিশ্ৰবাৰ পত্নী আৰু [[ৰাৱণ]], [[কুম্ভকৰ্ণ]], [[বিভীষণ]] আৰু [[শৰ্পনখাশূৰ্পনখা]]ৰ মাতৃ। তেওঁ ৰাক্ষক ৰজা [[সুমালী]]ৰ কন্যা আছিল৷<ref>{{Cite web|date=2020-04-16|title=Know interesting things about Ravana|url=https://english.newstracklive.com/news/unknown-interesting-hidden-mythological-facts-ramayana-interesting-facts-about-ravan-sc93-nu612-ta612-ta294-1085188-1.html|access-date=2020-07-02|website=News Track|language=English}}</ref>
 
==কৈকেষী, বিশ্ৰবা আৰু ৰাৱণ==
কৈকেষীৰ পিতৃ আছিল ৰাক্ষক ৰজা [[সুমালী]] আৰু মাতৃ [[কেতুমতী]]। তেওঁ লংকাৰ ৰজা [[ৰাৱণ]], কুম্ভকৰ্ণ, বিভীষণ আৰু শৰ্পনখাৰশূৰ্পনখাৰ মাতৃ আছিল। মহৰ্ষি [[পুলস্ত্য]]ৰ পু্ত্ৰ ঋষি [[বিশ্ৰবা]] আছিল তেওঁৰ পতি।
 
কৈকেষীৰ বিবাহৰ বাবে অসুৰ ৰজা সুমালীলৈ বহুতো প্ৰস্তাৱ আহে কিন্তু সুমালীৰ ইচ্ছা যে, তেওঁ তেওঁৰ কন্যা কৈকেষীক মৃত্যু লোকৰ সকলোতকৈ শক্তিশালী জনৰ সৈতেহে বিবাহ দিব, যাতে তেওঁৰ কন্যাৰ সন্তান ব্যতিক্ৰমী, তেজস্বী তথা পৰাক্ৰমী হয়।
"https://as.wikipedia.org/wiki/কৈকেষী"ৰ পৰা অনা হৈছে