অশোক বন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
[[File:Hanuman's visit, in bazaar art with a Marathi caption, early 1900s.jpg|thumb|সীতাৰ সৈতে হনুমানৰ মুখামুখি, বাজাৰ আৰ্ট, ১৯০০ আৰম্ভণিত]]
 
'''অশোক বন''' বা '''অশোক বাটিকা''' ({{lang-en|Ashok Vatika}}) লংকাৰ [[ৰাক্ষস]] ৰজা [[ৰাৱণ]]ৰ ৰাজ্যত অৱস্থিত এখন বাগিচা আছিল৷ যি হিন্দু মহাকাব্য [[বিষ্ণু পুৰাণ]] আৰু [[বাল্মীকি]]ৰ [[ৰামায়ণ]]ত উল্লেখ কৰা আছে আৰু পৰৱৰ্তী সকলো সংস্কৰণট যেনে- [[তুলসীদাস]]ৰ দ্বাৰা ৰচিত [[ৰামচৰিতমানস]]ৰ [[সুন্দৰ কাণ্ড]]ত উল্লেখ পোৱা যায়।<ref>[http://www.urday.in/rarrival.htm Sundar Kand - Arrival of Ravana at Ashoka Vatika (English translation)] {{webarchive |url=https://web.archive.org/web/20091001190348/http://www.urday.in/rarrival.htm |date=October 1, 2009 }}.</ref> অশোক বাটিকাৰ চাৰিওফালে থকা ঘৰবোৰ বিশ্বকৰ্মাই নিজে নিৰ্মাণ কৰিছে।<ref name=vis>''Historic Rama of Valmiki: Shastragrahi Rama'', by Visvanath Limaye. Published by Gyan Ganga Prakashan, 1985. ''Page 142, 189''.</ref>
 
এই ঠাইতে [[ৰাম]]ৰ পত্নী [[সীতা]]ক [[ৰাৱণ|ৰাৱণে]] অপহৰণ কৰি বন্দী কৰি ৰাখিছিল৷ ৰাৱণৰ পত্নী [[মন্দোদৰী]]য়ে সীতাক লগ কৰিবলৈ ইয়ালৈ আহিছিল৷ ইয়াতে হনুমানে প্ৰথমবাৰৰ বাবে সীতাক লগ পাইছিল আৰু ৰামৰ আঙুলিৰ আঙুঠিৰে নিজকে পৰিচয় দিছিল।
"https://as.wikipedia.org/wiki/অশোক_বন"ৰ পৰা অনা হৈছে