অশোক বন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
10 নং শাৰী:
 
== বৰ্তমানৰ অৱস্থান ==
[[:en:Nuwara Eliya|নুৱাৰা এলিয়া]] চহৰৰ ওচৰত থকা শেথা এলিয়া অঞ্চলৰ [[:en:Hakgala Botanical Garden|হাকজলা বোটানিকেল গাৰ্ডেনগাৰ্ডেনে]]য়ে ইয়াৰ বৰ্তমানৰ অৱস্থান বুলি বিশ্বাস কৰা হয়৷ বাগিচাখন হাকগালা শিলৰ ৰূপৰ আধাৰত অৱস্থিত৷ তাত সীতা পোকুনা আছে, যি হাকগালা শিলৰ জংঘলৰ ওপৰৰ এক অনুৰ্বৰ এলেকা, য'ত [[সীতা]]ক বন্দী কৰি ৰখা হৈছিল বুলি ধাৰণা কৰা হয়৷ [[:en:Seetha Amman Temple|সীতা আম্মান মন্দিৰ]] ইয়াত অৱস্থিত। আন এটা সংযোজিত স্থান হৈছে সীতা এলিয়াৰ, য’ত সীতাই গা ধুইছিল, যাক সীতা ঝৰ্ণা বুলি কোৱা হয়।<ref>[http://www.tourslanka.com/ramayana-sri-lanka.php Ramayana sites in Sri Lanka] ''tourslanka.com''.</ref> হিন্দু ধৰ্মতত্ত্বৰ সৈতে সম্পৰ্ক থকাৰ বাবে ঠাইখনে শেহতীয়া বছৰবোৰত সংবাদ মাধ্যমৰ আগ্ৰহদৃষ্টি আকৰ্ষণ কৰিছে৷<ref>[http://www.zeenews.com/Zee-Exclusive/2007-11-07/406053news.html Tracing evidence of Lord Ram and his times] {{webarchive|url=https://web.archive.org/web/20090310112445/http://www.zeenews.com/Zee-Exclusive/2007-11-07/406053news.html |date=2009-03-10 }} ''[[Zee News]]''.</ref><ref>[https://web.archive.org/web/20140904075333/http://www.sify.com/news/fullstory.php?id=14260172 "Sita's Ashok Van awaits restoration in Lanka"]. [[Sify.com]].</ref>
 
== তথ্যসূত্ৰ ==
"https://as.wikipedia.org/wiki/অশোক_বন"ৰ পৰা অনা হৈছে