দেৱবৰ্ণিনী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
'''দেৱবৰ্ণিনী''' ({{lang-en|Devavarnini}}; Ilavida বা Idavida) লংকাৰ ৰজা [[ৰাৱণ]]ৰ মাহীমাক আছিল৷ [[ভৰদ্বাজ মুনি]] [[ঋষি বিশ্ৰবা]]ৰ প্ৰতি আকৃষ্ট হৈ স্ত্ৰী স্বৰূপ নিজ কন্যা দেৱবৰ্ণিনীক অৰ্পণ কৰিছিল৷ তেওঁ [[:en:Garga (sage)|গৰ্গ মুণি]] আৰু [[Drona|গুৰু দ্ৰোণাচাৰ্য]]ৰ ভনী আছিল৷ দেৱবৰ্ণিনী বিশ্ৰবাৰ প্ৰথমগৰাকী পত্নী আছিল। বিশ্ৰবা [[পুলস্ত্য]]ৰ পুত্ৰ আৰু সৃষ্টিকৰ্তা [[ব্ৰহ্মা]]ৰ নাতি আছিল।<ref name="Hindu Mythology encyclopedia">[http://www.mythfolklore.net/india/encyclopedia/visravas.htm Encyclopedia for Epics of Ancient India] Quote: VISRAVAS. [Source: Dowson's Classical Dictionary of Hindu Mythology] Son of Prajapati '''Pulastya''', or, according to a statement of the Mahabharata, a reproduction of half Pulastya himself. By a Brahmani wife, daughter of the sage Bharadwaja, named Idavida or Ilavida, he had a son, '''[[Kubera]]''', the god of wealth.</ref><ref>[[Vishrava]]</ref> দেৱবৰ্ণিনীৰ ঔৰসত [[কুবেৰ]]ৰ জন্ম হয়।<ref name=":0">{{cite web | url=https://m.bharatdiscovery.org/india/%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A4%BE | title=ঋষি বিশ্ৰবা | accessdate=১৫ মে ২০২০}}</ref> যি স্বৰ্ণলংকাৰ (লংকা) প্ৰকৃত ৰজা তথা ধন ঐশ্বৰ্যৰ ৰজা আছিল।<ref name=":1">{{cite web | url=http://www.mythfolklore.net/india/encyclopedia/visravas.htm | title=Encyclopedia for Epics of Ancient India | accessdate=১৫ মে ২০২০}}</ref><ref>{{cite web | url=https://www.geni.com/people/Sage-Vishrava-Pulastya/6000000008023564660 | title=Sage Vishrava Pulastya | accessdate=১৫ মে ২০২০}}</ref>
 
ভাগৱত পুৰাণৰ মতে, তেওঁ [[:en:Vaivasvata Manu|বৈৱস্তৱ মনু]] আৰু আলম্বুশাৰ বংশধৰ ৰজা ট্ৰনাবিন্দু (King Trnabindu) -ৰ কন্যা। তেওঁৰ ভাই-ভনীসকলৰ ভিতৰত আছে- বিশাল, ধুম্ৰাকেটু আৰু শূন্যবন্ধু।