ৰাৱণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
চিত্ৰ #WPWP
15 নং শাৰী:
'''ৰাৱণ''' ({{Lang-en|Ravana}}) হৈছে [[তুলসীদাস]] ৰচিত [[ৰামচৰিত মানস]], মহাকবি [[বাল্মিকী]]ৰ [[ৰামায়ণ]], ৰামায়ণৰ সমস্ত সংস্কৰণ, [[বিষ্ণু পুৰাণ]], হিন্দু মহাকাব্যসমূহত বৰ্ণনা কৰা লংকা (বৰ্তমানৰ [[শ্ৰীলংকা]])-ৰ ৰজা। তেওঁৰ দহটা মূৰ থকাৰ কাৰণে তেওঁক দহ মুখীয়া ৰাৱণ বা '''দশানন''' (দশ=দহ, আনন=মুখ; দশানন বি. (সং.) “দশমুখ”) বুলিও জনা যায়।<ref name=":0">Amazing Facts About Ravana | url=https://m.jagranjosh.com/general-knowledge/10-amazing-facts-about-ravana-1469597380-1 | আহৰণ কৰা হৈছে: ১৫ মে ২০২০</ref><ref>দশাননৰ অৰ্থ | উৎস=হেমকোষ | প্ৰণেতা=হেমচন্দ্ৰ বৰুৱা | পৃষ্ঠা=৫৪৭ আৰু ৫৪৮ | সংস্কৰণ=ত্ৰয়োদশ সংস্কৰণ ২০০৭| আহৰণ কৰা হৈছে=১৫ মে ২০২০</ref>
 
[[File:Ravana on a brass chariot of Searsole Rajbari, West Bengal, India.jpg|thumb|ৰাৱণ]]
ৰামায়ণত, ৰাৱণক [[ঋষি বিশ্ৰবা]] আৰু [[কৈকেষী]]ৰ জ্যেষ্ঠ পুত্ৰ বুলি বৰ্ণনা কৰিছে। তেওঁ ৰামৰ পত্নী সীতাক লংকালৈ অপহৰণ কৰি আনি [[অশোক বাটিকা]]ত বন্দী কৰি ৰাখিছিল,<ref>{{cite web |title=Sunderkand_Explanation |url=http://www.sunderkandsatsangsamuh.org/Sunderkand_Explanation.pdf |website=sunderkandsatsangsamuh.org |access-date=12 May 2020}}</ref> আৰু ৰাৱণে তেওঁক বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। পিছত ৰামে বানৰ ৰজা [[সুগ্ৰীৱ]] আৰু তেওঁৰ বানৰসৈন্যৰ সৈতে ৰাৱণৰ [[লংকা]] আক্ৰমণ কৰে। ৰামে ৰাৱণক হত্যা কৰি প্ৰিয় পত্নী [[সীতা]]ক উদ্ধাৰ কৰিছিল।<ref>{{cite web |author1=Das, Subhamoy |title=The Ramayana: Summary by Stephen Knapp." Learn Religions |url=https://www.learnreligions.com/the-ramayana-summary-by-stephen-knapp-4092441 |access-date=12 May 2020}}</ref><ref>{{cite web |title=Ravana |url=https://www.britannica.com/topic/Ravana |website=Encyclopædia Britannica |access-date=12 May 2020}}</ref>
 
"https://as.wikipedia.org/wiki/ৰাৱণ"ৰ পৰা অনা হৈছে