কৌশল্যা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

14 নং শাৰী:
== কিংবদন্তী ==
তেওঁ দক্ষিণ কোশল ৰাজ্যৰ ৰজা সুকৌশল আৰু ৰাণী অমৃতপ্ৰভাৰ জীয়ৰী।<ref>{{cite book |author=Sukhdev Singh Chib |title=Punjab |url=https://books.google.com/books?id=U44BAAAAMAAJ |year=1977 |publisher=Light & Life |page=2 |access-date=26 May 2019 |archive-date=12 October 2020 |archive-url=https://web.archive.org/web/20201012035356/https://books.google.com/books?id=U44BAAAAMAAJ |url-status=live }}</ref> তেওঁৰ জন্মস্থানত, মাতা কৌশল্যা মন্দিৰ নামৰ তেওঁৰ প্ৰতি উৎসৰ্গিত এটা মন্দিৰ আছে, যিটো কৌশল্যাক সমৰ্পিত পৃথিৱীৰ একমাত্ৰ মন্দিৰ।
 
তেওঁ চিৰনম্ৰ, স্নেহশীলা আৰু মধুৰস্বভাৱৰ আছিল। তেওঁৰ ধৈৰ্যৰ চৰম পৰীক্ষা হয় পুত্ৰ ৰামৰ বনবাসৰ কালত। তেওঁ প্ৰথমে পুত্ৰ ৰামক বনগমনত বাধা প্ৰদানৰ চেষ্টা কৰিছিল, কিন্তু পিতৃসত্য পালনৰ নিষ্ঠা আৰু অপূৰ্ব ধৰ্মপ্ৰাণতা দৰ্শনৰে তেওঁ পুত্ৰবিৰহ দুঃখ তুচ্ছ কৰি ৰামক সম্মতি প্ৰদান কৰে আৰু আশীৰ্বাদ কৰে।
 
== তথ্যসূত্ৰ ==
{{Reflist}}
"https://as.wikipedia.org/wiki/কৌশল্যা"ৰ পৰা অনা হৈছে