কৌশল্যা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

19 নং শাৰী:
বনবাসলৈ ৰথেৰে গমন কৰাৰ সময়ত ৰাম-লক্ষ্মণ-সীতা চকুৰে নেদেখা হোৱালৈকে তেওঁ দশৰথসহ ৰথৰ পিছে পিছে দৌৰি যায়। বনবাসৰ চৌধ্য বছৰ পিছত ৰাম অযোধ্যালৈ প্ৰত্যাৱৰ্তন কৰাত অশ্বমেধযজ্ঞ পালনৰ পিছত কৌশল্যাৰ মৃত্যু হয়।
 
কৌশল্যা আছিল দ্ৰোণবসুৰ পত্নী ধাৰা (ব্ৰহ্মণী)ৰ অৱতাৰ। তেওঁ [[বিষ্ণু]]ৰ পৰা আশীৰ্বাদ প্ৰাপ্ত আছিল। সেই অনুসৰি তেওঁ ত্ৰেতা যুগত সপ্তম অৱতাৰ [[ৰাম]]ৰ অৱতাৰৰেৰূপত কৌশল্যাৰ গৰ্ভত জন্মলাভ কৰে।<ref name=Ganguly2003>{{cite journal
| author = Ganguly, S.
| year = 2003
| title = The Crisis of Indian Secularism
| journal = Journal of Democracy
| volume = 14
| issue = 4
| pages = 11–25
| url = https://muse.jhu.edu/journals/journal_of_democracy/v014/14.4ganguly.html
| accessdate = 2008-04-12
| doi = 10.1353/jod.2003.0076
}}</ref>
 
দশৰথৰ মৃত্যুৰ পিছত ৰামে সিংহাসন অধিষ্ঠিত নকৰালৈ তেওঁ অযোধ্যাৰ মুখ্য অধিকাৰী আছিল। ৰাম সিংহাসনত বঢ়াৰ পিছত তেওঁ ৰাণী মা হৈছিল। সুমিত্ৰা আৰু কৈকেয়ীৰ সৈতে তেওঁ ভগ্নী স্বৰূপ সম্পৰ্ক ৰাখিছিল।
"https://as.wikipedia.org/wiki/কৌশল্যা"ৰ পৰা অনা হৈছে