২৪ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{আজিৰ দিনটো|24|7|205}}
 
==ঘটনাৱলী==
* ১৯৮৩ - প্ৰখ্যাত অভিনেতা [[মহাদেৱী বৰ্মা]]লৈ [[জ্ঞানপীঠ বঁটা]] আগবঢ়োৱা হয়।
* ১৯৮৫ - [[ৰাজীৱ গান্ধী]] আৰু সন্ত লংগোৱালাৰ মাজত পঞ্জাব চুক্তি স্বাক্ষৰিত হয়।
* ২০০৭ - ভাৰতবৰ্ষৰ দ্বাদশগৰাকী তথা প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি [[প্ৰতিভা পাটিল|প্ৰতিভা দেৱী সিং পাটিলে]] শপত গ্ৰহণ কৰে।
* ১৯৯৭ - প্ৰাক্তন প্ৰধান মন্ত্ৰী [[গুলজাৰিলাল নন্দা]] আৰু [[অৰুণা আছফ আলি]]লৈ (মৰণোত্তৰভাৱে) [[ভাৰতৰত্ন]] সন্মান ঘোষণা কৰা হয়।
* ১৯৯৭ - সাহিত্যিক [[মহাশ্বেতা দেৱী]]লৈ [[ৰমন মেগছেছে বঁটা]] ঘোষণা কৰা হয়।
 
==জন্ম==
* ১৮০২ চনৰ এই দিনটোতে ফৰাচী ঔপন্যাসিক [[আলেকজেণ্ডাৰ ডুমা]]ৰ জন্ম হৈছিল।
* ১৮৯৭ চনৰ এই দিনটোতে প্ৰখ্যাত মহিলা বৈমাণিক আমেলি ইয়াৰহাৰ্টৰ [[আমেৰিকা]]ত জন্ম হৈছিল। ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাচলাই [[আটলাণ্টিক মহাসাগৰ]] অতিক্ৰম কৰিছিল।
* ১৮০২ চনৰ এই দিনটোতে ফৰাচী ঔপন্যাসিক [[আলেকজেণ্ডাৰ ডুমা]]ৰ জন্ম হৈছিল।
* ১৯৫২ চনৰ আজিৰ দিনটোতে বিশিষ্ট ঔপন্যাসিক [[ৰঞ্জু হাজৰিকা]]ৰ জন্ম হৈছিল
 
Line 9 ⟶ 16:
* ১৯৭৪ বৰ্ষৰ এই দিনটোতে পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী (১৯৩৫) নিউট্ৰণৰ আৱিষ্কাৰক [[জেমছ ছেডউইক]]ৰ মৃত্যু হয়।
* ১৯৮০ চনৰ এই দিনটোতে বঙালী বোলছবিৰ খ্যাতিমান অভিনেতা [[উত্তম কুমাৰ চট্টোপাধ্যায়]]ৰ মৃত্যু হয়।
 
==ইত্যাদি==
* ১৯৮৩ - প্ৰখ্যাত অভিনেতা [[মহাদেৱী বৰ্মা]]লৈ [[জ্ঞানপীঠ বঁটা]] আগবঢ়োৱা হয়।
* ১৯৮৫ - [[ৰাজীৱ গান্ধী]] আৰু সন্ত লংগোৱালাৰ মাজত পঞ্জাব চুক্তি স্বাক্ষৰিত হয়।
* ২০০৭ - ভাৰতবৰ্ষৰ দ্বাদশগৰাকী তথা প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি [[প্ৰতিভা পাটিল|প্ৰতিভা দেৱী সিং পাটিলে]] শপত গ্ৰহণ কৰে।
* ১৯৯৭ - প্ৰাক্তন প্ৰধান মন্ত্ৰী [[গুলজাৰিলাল নন্দা]] আৰু [[অৰুণা আছফ আলি]]লৈ (মৰণোত্তৰভাৱে) [[ভাৰতৰত্ন]] সন্মান ঘোষণা কৰা হয়।
* ১৯৯৭ - সাহিত্যিক [[মহাশ্বেতা দেৱী]]লৈ [[ৰমন মেগছেছে বঁটা]] ঘোষণা কৰা হয়।
 
 
 
 
==দিৱস==
"https://as.wikipedia.org/wiki/২৪_জুলাই"ৰ পৰা অনা হৈছে