২৪ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

14 নং শাৰী:
* ১৮৯৭ - প্ৰখ্যাত মহিলা বৈমাণিক আমেলি ইয়াৰহাৰ্টৰ [[আমেৰিকা]]ত জন্ম হৈছিল। ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাচলাই [[আটলাণ্টিক মহাসাগৰ]] অতিক্ৰম কৰিছিল।
* ১৯১১ - বাঁহীবাদক পান্নালাল ঘোষৰ (অমলজ্য়োতি ঘোষ) জন্ম হৈছিল।
* ১৯৫২ - বিশিষ্ট ঔপন্যাসিক [[ৰঞ্জু হাজৰিকা]]ৰ (কুমুদ চন্দ্ৰ হাজৰিকা) জন্ম হৈছিল
 
==মৃত্যু==
"https://as.wikipedia.org/wiki/২৪_জুলাই"ৰ পৰা অনা হৈছে