২৪ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

13 নং শাৰী:
* ১৮০২ - ফৰাচী ঔপন্যাসিক [[আলেকজেণ্ডাৰ ডুমা]]ৰ জন্ম হৈছিল।
* ১৮৯৭ - প্ৰখ্যাত মহিলা বৈমাণিক আমেলি ইয়াৰহাৰ্টৰ [[আমেৰিকা]]ত জন্ম হৈছিল। ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাচলাই [[আটলাণ্টিক মহাসাগৰ]] অতিক্ৰম কৰিছিল।
* ১৯১১ - বাঁহীবাদক [[পান্নালাল ঘোষৰঘোষ]]ৰ (অমলজ্য়োতি ঘোষ) জন্ম হৈছিল।
* ১৯৫২ - বিশিষ্ট ঔপন্যাসিক [[ৰঞ্জু হাজৰিকা]]ৰ (কুমুদ চন্দ্ৰ হাজৰিকা) জন্ম হৈছিল
* ১৯৬৯ - [[জেনিফাৰ ল'পেজ]], পপ গায়িকা আৰু অভিনেত্ৰী।
"https://as.wikipedia.org/wiki/২৪_জুলাই"ৰ পৰা অনা হৈছে