২৮ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

4 নং শাৰী:
* ১৮২১ - পেৰুৱে স্বাধীনতা লাভ কৰে।
* ১৯১৪ - ছাৰ্বিয়াৰ বিৰুদ্ধে অষ্টিয়াৰ যুদ্ধ ঘোষণা কৰে। এই যুদ্ধত জাৰ্মানীয়ে সমৰ্থন কৰে অষ্টিয়াক আৰু ছাৰ্বিয়াক সমৰ্থন কৰে। ব্ৰিটেইন,[[ফ্ৰান্স]] আৰু [[ৰাছিয়া]]ই ছাৰ্বিয়াৰ পক্ষ অৱলম্বন কৰে। সূচনা হয় [[প্ৰথম মহাসমৰ]]ৰ।
* ১৯৭৯ - [[চৌধুৰী চৰণ সিং]]য়ে ভাৰতবৰ্ষৰ পঞ্চম গৰাকী প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।
* ২০০১ - ৰামায়ণী সাহিত্যৰ গৱেষক, যশস্বী অসমীয়া ঔপন্যাসিক ড° [[ড॰মামণি ইন্দিৰাৰয়ছম গোস্বামী]]লৈ ওৰফে ড॰ ইন্দিৰা গোস্বামীলৈ ভাৰতীয় [[জ্ঞানপীঠ বঁটা]] আগবঢ়োৱা হয়।
* ২০০৭ - [[মহানন্দ শৰ্মা]] আৰু [[জ্ঞানদা বৰা]]লৈ [[নটসূৰ্য [[ফণী শৰ্মা বঁটা]] বঁটা আগবঢ়োৱা কথা ঘোষণা কৰা হয়।
* ২০১১ - লোকপালৰ খচৰাত ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনায়।
* ২০১১ - [[ভাৰত]] আৰু [[মংগোলিয়া]]ৰ মাজত প্ৰতিৰক্ষা চুক্তিখন স্বাক্ষৰিত হয়।
"https://as.wikipedia.org/wiki/২৮_জুলাই"ৰ পৰা অনা হৈছে