চাটগাঁইয়া ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা চাঁটগাঁইয়া ভাষাৰ পৰা চট্টগ্ৰামীয়া ভাষালৈ Mohsin274য়ে স্থানান্তৰ কৰিলে
→‎চট্টগ্ৰামীয়া ভাষা: বানান শুধৰণি, ব্যাকৰণ শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
25 নং শাৰী:
}}
[[চিত্ৰ:Bengali_dialects_political_map_as.svg|thumb| {{Legend|green|চাঁটগাঁইয়া ভাষা কোৱা অঞ্চলসমূহ}}]]
'''চট্টগ্ৰামীয়া''', '''চাঁটগাঞা''', বা '''চিটাইংগা''' হৈছে [[বাংলাদেশ]]ৰ [[চট্টগ্ৰাম]] আৰু দক্ষিণ-পূৰ্বাঞ্চলত প্ৰচলিত এটা [[ভাৰত-আৰ্য ভাষা পৰিয়াল|ভাৰত-আৰ্য]] ভাষা। [[বঙালী ভাষা]]ৰ সৈতে এই ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবেই ইয়াক সাধাৰণতে বঙালী ভাষাৰ অ-মানকমান্য উপভাষা হিচাপে বিবেচনা কৰা হয় কিয়নো এই ভাষাৰ কওঁতাসকলে নিজকে বঙালী বুলি পৰিচয় দিয়ে আৰু বঙালী ভাষাতেভাষাতেই শিক্ষা গ্ৰহণ কৰে।<ref>{{Cite book|last=Masica|first1=Colin|author-link=Colin Masica|year=1991|title=The Indo-Aryan Languages|place=Cambridge|publisher=Cambridge University Press|page=25}}</ref> কিন্তু এই দুয়োটা ভাষা পৰস্পৰে বোধগম্য নহয়।<ref name="Ethnologue">{{Cite web|url=http://www.ethnologue.com/show_language.asp?code=ctg|title=Chittagonian A language of Bangladesh|publisher=Ethnologue: Languages of the World, Sixteenth edition|year=2009|accessdate=3 February 2013}}</ref><ref>{{Cite book|last=Masica|first1=Colin|author-link=Colin Masica|year=1991|title=The Indo-Aryan Languages|place=Cambridge|publisher=Cambridge University Press|page=16}} "The dialect of Chittagong, in southeast Bangladesh, is different enough to be considered a separate language."</ref> ২০০৯ চনৰ প্ৰাককলন অনুসৰি এই ভাষা ১ কোটি ৬০ লাখ লোকে কয়।<ref>{{Cite web|url=http://www.ethnologue.com/ethno_docs/distribution.asp?by=size|title=Summary by language size|publisher=Ethnologue: Languages of the World, Sixteenth edition|year=2009|accessdate=3 February 2013}}</ref>
 
== শ্ৰেণী বিভাজন ==